অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সমুদ্ৰবিজয়

সমুদ্ৰবিজয় নেমিনাথৰ (দ্বব্বিংশ তীৰ্থংকৰ) আৰু বসুদেৱৰ (কৃষ্ণৰ পিতৃ) ভাতৃ। শৌৰীপুৰত হৰিবংশ বংশৰ ৰজা অন্ধকবৃষ্টিৰ ঘৰত তেওঁৰ জন্ম হৈছিল আৰু পিছলৈ তেওঁ ৰজা হিচাপে শাসন কৰিছিল। তেওঁ ৰাজকুমাৰী শিৱাদেৱীক বিয়া কৰায়।

হালনাগাদ: ১৮ ডিচেম্বৰ ২০২৫ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

সমুদ্ৰবিজয় নেমিনাথৰ (দ্বব্বিংশ তীৰ্থংকৰ) আৰু বসুদেৱৰ (কৃষ্ণৰ পিতৃ) ভাতৃ।১ শৌৰীপুৰত হৰিবংশ বংশৰ ৰজা অন্ধকবৃষ্টিৰ ঘৰত তেওঁৰ জন্ম হৈছিল আৰু পিছলৈ তেওঁ ৰজা হিচাপে শাসন কৰিছিল।২ তেওঁ ৰাজকুমাৰী শিৱাদেৱীক বিয়া কৰায়।৩

উৎস

তথ্যসূত্ৰ

  1. ↑ Shah 2004, পৃ. 24
  2. ↑ Jain 2009, পৃ. 88
  3. ↑ von Glasenapp 1999, পৃ. 317

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমুদ্ৰবিজয়” প্ৰবন্ধৰ সংশোধন ৫৬৫২৪৫ (১৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।