সত্যপ্ৰেম কী কথা (সঁচা প্ৰেমৰ কথা) হৈছে সমীৰ বিদৱান পৰিচালিত এখন আগন্তুক ভাৰতীয় হিন্দী ভাষাৰ সংগীতৰ ৰোমান্টিক নাটক ছবি। নাডিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্ট আৰু নমহ পিকচাৰ্ছৰ যৌথ প্ৰযোজনা এই ছবিখনত অভিনয় কৰিছে কাৰ্তিক আৰ্য্যান আৰু কিয়াৰা আদৱানীয়ে।
২০২১ চনৰ জুন মাহত ঘোষণা কৰা ছবিখনৰ প্ৰধান ফটোগ্ৰাফী ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু ২০২৩ চনৰ এপ্ৰিল মাহত সমাপ্ত হৈছিল।২০২৩ চনৰ ২৯ জুনত ছবিখন থিয়েটাৰত মুক্তি পোৱাৰ কথা।১
কলা-কুশলী
- কাৰ্তিক আৰ্য্যান: সত্যপ্ৰেম "সত্তু" আগৰৱালাৰ চৰিত্ৰত
- কিয়াৰা আদৱানী: কথা দেশাইৰ চৰিত্ৰত
- গজৰাজ ৰাও: সত্তুৰ পিতৃ হিচাপে
- সুপ্ৰিয়া পাঠক: সত্তুৰ মাতৃ হিচাপে
- ৰাজপাল যাদৱ
- সিদ্ধাৰ্থ ৰাণ্ডেৰিয়া
- অনুৰাধা পেটেল২
মুক্তি
সত্যপ্ৰেম কী কাহিনী ২০২৩ চনৰ ২৯ জুনত মুক্তি পোৱাৰ কথা।৩
তথ্যসূত্ৰ
- ↑ IANS. (2022-12-20). Kiara Advani To Reunite With Ace Choreographer Ganesh Acharya For Yet Another Sizzling Track In Satyaprem Ki Katha After Bijli From 'Govinda Naam Mera'. Koimoi
- ↑ সত্যপ্ৰেম কি কথা চিনেমাৰ বাজেট আৰু সকলো সবিশেষ. FilmiBug
- ↑ Kartik Aaryan, Kiara Advani starrer Satyaprem Ki Katha gets a release date and it's in 2023. Bollywood Hungama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যপ্ৰেম কি কথা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪০৫১০২ (১২ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।