শিনকানছেন (Shinkansen) যাক বুলেট ট্ৰেইন হিচাপে জনা যায়, হৈছে এক জাপানৰ এক দ্ৰুত ৰেল সেৱা ব্যৱস্থা। প্ৰথমতে জাপানৰ ৰাজধানী টকিঅ' চহৰক আনবোৰ ঠাইৰ লগত বুলেট ট্ৰেইনৰ সহায়ত যোগ কৰা হৈছিল যাতে অৰ্থনৈতিক ক্ষেত্ৰত সুবিধা হয়।১২ শিনকানছেন হৈছে এটা জাপানী শব্দ যাৰ অৰ্থ হৈছে 'নতুন ট্ৰাংক লাইন'। ২০১৪ চনত জাপানৰ বুলেট ট্ৰেইনে ৫০ বছৰ অতিক্ৰম কৰে। এই ৫০ বছৰ সময়ছোৱাত কোনো যাত্ৰীয়ে দুৰ্ঘটনাজনিত কাৰণত আঘাতপ্ৰাপ্ত হোৱা নাছিলে।৩
তথ্যসূত্ৰ
- ↑ Joe Pinker. (6 October 2014). What 50 Years of Bullet Trains Have Done for Japan. The Atlantic. The Atlantic Monthly Group
- ↑ Philip Brasor and Masako Tsubuku. (30 September 2014). How the Shinkansen bullet train made Tokyo into the monster it is today. The Guardian. Guardian News and Media Limited
- ↑ www.japanstation.com/shinkansen-high-speed-train
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিনকানছেন” প্ৰবন্ধৰ সংশোধন ২৭৩৬৫৫ (৭ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।