শবৰ বা শবৰ-স্বামী, যি জৈমিনিৰ পূৰ্ব মীমাংসা সূত্ৰৰ ধাৰাভাষ্যকাৰ “শবৰ-ভাষ্যম’’ৰ স্ৰষ্টা, যাৰ ওপৰত পিছলৈ কুমাৰিল ভট্টই মন্তব্য কৰিছিল।
তেওঁ খ্ৰীষ্টীয় প্ৰথম শতিকা আদিভাগৰ, পতঞ্জলিৰ মহাভাষ্যতকৈ পিছৰ আৰু বাৎস্যায়নৰ আগৰ।
শবৰে মীমাংসা সূত্ৰৰ টীকাত লিখিছে যে, উপলব্ধি, অনুভৱ, অনুমান বা তুলনা ধৰ্ম জনাৰ মাধ্যম হ’ব নোৱাৰে। তেওঁ লিখিছে যে জ্ঞানৰ বাকী উপায়বোৰ উপলব্ধিৰ ওপৰত নিৰ্ভৰশীল। যিহেতু ধাৰণাৰ সহায়ত ধৰ্ম বুজিব নোৱাৰি, গতিকে আনটো জ্ঞানৰ মাধ্যমেও নোৱাৰে। এই যুক্তিৰ ভিত্তিত শবৰে কৈছে যে সাক্ষ্য, বিশেষকৈ বেদেই হৈছে ধৰ্ম জনা একমাত্ৰ উপায়।১
বাহ্যিক সংযোগ
- Mimamsa.org
- Shabara Bhasya, Translated to English by Ganganath Jha, All 3 Volmunes, Archive.org ebook
তথ্যসূত্ৰ
- ↑ Taber, John; Kumārila. (2005). A Hindu critique of Buddhist epistemology: Kumārila on perception; the 'Determination of perception' chapter of Kumārila Bhaṭṭa's Ślokavārttika. RoutledgeCurzon Hindu studies series. RoutledgeCurzon. পৃ. 21. ISBN 978-0-415-33602-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শবৰ” প্ৰবন্ধৰ সংশোধন ৫৪৭৯৩০ (৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।