অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লৰ্ড নেলছন

লৰ্ড নেলছন ব্ৰিটিছ নৌসেনা বাহিনীৰ আটাইতকৈ প্ৰভাৱশালী নৌবিষয়া সকলৰ মাজত এজন আছিল। তেওৰ জীৱনযাত্ৰা অতি দীঘলিয়া ব্যতিক্ৰমি তথা বিশিষ্টপুৰ্ণ আছিল যিয়ে তেওক পাছলৈ নিজৰ নিৰ্ভীকতা আৰু সাহসিকতাৰ কাৰণে এজন অদ্বীতিয় যুদ্ধনীতিজ্ঞ ৰুপে খ্যাত কৰি তুলিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২১ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

লৰ্ড নেলছন ব্ৰিটিছ নৌসেনা বাহিনীৰ আটাইতকৈ প্ৰভাৱশালী নৌবিষয়া সকলৰ মাজত এজন আছিল। তেওৰ জীৱনযাত্ৰা অতি দীঘলিয়া ব্যতিক্ৰমি তথা বিশিষ্টপুৰ্ণ আছিল যিয়ে তেওক পাছলৈ নিজৰ নিৰ্ভীকতা আৰু সাহসিকতাৰ কাৰণে এজন অদ্বীতিয় যুদ্ধনীতিজ্ঞ ৰুপে খ্যাত কৰি তুলিছিল।

তেওৰ ঐচয্যই সীমা চুইছিলগৈ যেতিয়া তেও ত্ৰাফালগাৰ নিৰ্ণায়ক যুদ্ধত নেপোলিয়ন নৌ-বাহিনীক চৰমভাৱে পৰাভুত কৰিছিল যি ফ্ৰাণ্সৰ প্ৰতি আগ্ৰাসনৰ ভাবুকি আছিল। লৰ্ড নেলছনৰ জন্ম হৈছিল ১৭৫৮ চনত বাৰ্ণহাম, ট্ৰুপে নৰফল্ক, ইংলেন্ডত, তেও পৰিয়ালৰ ষষ্ঠ সন্তান আছিল। মাথো ১২ বছৰ বয়সতে তেও নৌসেনাত কনিষ্ঠ শিকাৰু ৰুপে যোগদান কৰিছিল। অদ্যপি তেওৰ কামৰ প্ৰতি একান্ত আগ্ৰহ আৰু নিষ্ঠাৰ কাৰণে তেও ২০ বছৰ বয়সতে নৌসেনা জাহাজ এখনৰ কেপ্তেইন পদবীৰ মৰ্য্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্ত এই প্ৰাচুয্য বৰ সুখকৰ নাছিল উচ্চ পদবীৰ মৰ্য্যাদা আৰু আকাঙ্খাই তেওক শাৰিৰীকভাৱে দুৰ্ব্ব্ল কৰি পেলাইছিল যাৰ কাৰনে তেও তীব্ৰ সাগৰীয় ৰোগত ভুগিব লগা হৈছিল যি আজীৱন।

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৰ্ড নেলছন” প্ৰবন্ধৰ সংশোধন ৩০১৮৭৮ (২৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।