অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

যোৰহাট গৌৰৱ যাত্ৰা

যোৰহাট গৌৰৱযাত্ৰা বা কুইয়াৰ প্ৰাইড যোৰহাট (ইংৰাজী: Queer Pride Jorhat) অসমৰ যোৰহাটত অনুষ্ঠিত বাৰ্ষিক গৌৰৱ যাত্ৰা।১৭ এপ্ৰিল, ২০২২ তাৰিখে যোৰহাটত স্থানীয় এলজিবিটি সম্প্ৰদায়ৰ সদস্য আৰু এলজিবিটি অধিকাৰ সমৰ্থকসকলে প্ৰথমবাৰৰ বাবে এই প্ৰাইডৰ আয়োজন কৰিছিল।

হালনাগাদ: ৬ আগষ্ট ২০২৫ ৩৪ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

যোৰহাট গৌৰৱযাত্ৰা বা কুইয়াৰ প্ৰাইড যোৰহাট (ইংৰাজী: Queer Pride Jorhat) অসমৰ যোৰহাটত অনুষ্ঠিত বাৰ্ষিক গৌৰৱ যাত্ৰা।১৭ এপ্ৰিল, ২০২২ তাৰিখে যোৰহাটত স্থানীয় এলজিবিটি সম্প্ৰদায়ৰ সদস্য আৰু এলজিবিটি অধিকাৰ সমৰ্থকসকলে প্ৰথমবাৰৰ বাবে এই প্ৰাইডৰ আয়োজন কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ How a small queer collective brought ‘Pride’ back to Assam

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোৰহাট গৌৰৱ যাত্ৰা” প্ৰবন্ধৰ সংশোধন ৫৩০৫৭৫ (৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।