ভূতাত্ত্বিক সময়ৰ মাপনী বা স্কেলৰ শেহতীয়া যুগটোৱেই হৈছে মেঘালয় যুগ। ই হৈছে চতুৰ্থ কল্পৰ উচ্চতম স্তৰ১২৩। মেঘালয় যুগ আজিৰ পৰা প্ৰায় ৪২০০ বছৰৰ আগতে আৰম্ভ হৈছিলে৪। আন্তৰ্জাতিক স্তৰবিজ্ঞান কমিছনে ২০১৮ চনৰ জুলাই মাহত মেঘালয় যুগটোক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিলে১।
তথ্যসূত্ৰ
- ↑ Cohen, Kim Mikkel, David A. T. Harper, Philip Leonard Gibbard, and Junxuan Fan. The ICS International Chronostratigraphic Chart. International Commission on Stratigraphy
- ↑ Scientists call our era the Meghalayan Age. Here's what the world was like when it began
- ↑ ‘Meghalayan Age’: Latest phase in Earth’s history named after Indian state, began 4,200 years ago
- ↑ Jonathan Amos. (July 18, 2018). Welcome to the Meghalayan Age - a new phase in history. BBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঘালয় যুগ” প্ৰবন্ধৰ সংশোধন ২৩১২২০ (২৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।