মিকিৰ পাহাৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত এটা পাহাৰৰ গোট।১ পূব মেঘালয়ে তিনিটা ফালৰ পৰা আগুৰি থকা মিকিৰ পাহাৰ আংশিকভাৱে ইয়াৰ সৈতে বিচ্ছিন্ন আছে।২ কাৰ্বি মালভূমি বা মিকিৰ পাহাৰক অসমৰ আটাইতকৈ পুৰণি ভূ-আকৃতি বুলি কোৱা যায়। ই দেখাত নাচপতি আকৃতিৰ আৰু ইয়াৰ এলেকা প্ৰায় ৭০০০ বৰ্গ কিলোমিটাৰ। ৩
ই কাৰ্বি মালভূমিৰ অংশ। ইয়াৰ সৰ্বোচ্চ শৃংগ হৈছে ডামবুকচো।
তথ্যসূত্ৰ
- ↑ (2018-07-03). July 3, 1968: No trace of animals in Assam game sanctuary. The Hindu
- ↑ (1993). India: a regional geography. National Geographical Society of India. ISBN 81-85273-18-9
- ↑ Saikia, Partha. Karbi Plateau (Mikir Hills) Region of India. North East India info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিকিৰ পাহাৰ” প্ৰবন্ধৰ সংশোধন ৬১১৩৫২ (৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।