ভেকি (সংস্কৃত ভাষা: भेकि) সংস্কৃত কিংবদন্তিত দিগন্তত উপৱিষ্ট হোৱা সূৰ্য্যৰ প্ৰতীক হিচাপে বেঙক দিয়া নাম। জাৰ্মাণিক আৰু কেলটিক সংস্কৃতিত আনুষংগিক মিথ পোৱা যায়।১
কিংবদন্তিটোত ভেকি আছিল প্ৰথমে এগৰাকী সুন্দৰী নাৰী। এজন ৰজাই তাইক পত্নী হ’বলৈ ক’লে, সেয়েহে তাই তেওঁক বিয়া কৰালে, কিন্তু এই চৰ্তত যে তেওঁ কেতিয়াও পানী এটোপালো দেখুৱাব নালাগে। এদিন তাইৰ ভাগৰ লাগিল আৰু পানী বিচাৰিলে। ৰজাই তাইক পানী দিলে আৰু সূৰ্য্যই পানী স্পৰ্শ পালে যেনেকৈ ডুব যায়, তেনেকৈয়ে তাই তেওঁৰ দৃষ্টিৰপৰা আঁতৰি গ’ল।
তথ্যসূত্ৰ
- ↑ Lang, Andrew. (2015). The Edinburgh Critical Edition of the Selected Writings of Andrew Lang. Edinburgh University Press. পৃ. 66–78. ISBN 9781474400213
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেকি” প্ৰবন্ধৰ সংশোধন ৬৩৩১৭০ (২৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।