ভূমন্যু (Bhúmanyu) মানে হ’ল সম্ৰাট।১ ভূমন্যু আছিল ভাৰতৰ প্ৰথম সম্ৰাট ভৰতৰ উত্তৰসূৰি।২ ভূমন্যুক পৰৱৰ্তী সময়ত ভাৰতৰ সম্ৰাট কৰা হৈছিল আৰু তেওঁৰ বংশটো মহাভাৰতৰ গল্পৰ লগত জড়িত।৩
মহাভাৰতত ভূমন্যু
প্ৰথম ভাৰতীয় বংশীয় সম্ৰাট ভৰতৰ ভূমন্যু নামে এটি পুত্ৰ আছিল। তেওঁ ভিটাথা (Vitatha) নামে পৰিচিত। মহাভাৰতৰ আদি পৰ্বত ভূমন্যুৰ জন্ম সম্পৰ্কে দুটা ভিন্ন কাহিনী কোৱা হৈছে। প্ৰথম কাহিনী কৈছে যে, ভৰত কাশী ৰাজ্যৰ ৰজা সৰ্বসেনৰ কন্যা সুনন্দক বিবাহ কৰাইছিল আৰু তেওঁৰ পুত্ৰৰ নাম আছিল ভূমন্যু। দ্বিতীয় কাহিনী অনুসৰি, ভূমন্যু ঋষি ভৰদ্বাজ ভৰতৰ বাবে কৰা যজ্ঞৰ পৰা জন্মগ্ৰহণ কৰিছিল।৪
বাহ্যিক সংযোগ
- ভৰতৰ পুত্ৰ (ইংৰাজী ভাষাত)
তথ্যসূত্ৰ
- ↑ Bhúmanyu ka matlab
- ↑ Ganguli, Kisari Mohan. (March 26, 2005). The Mahabharata of Krishna-Dwaipayana. Project Gutenberg Ebook#15474. পৃ. 133
- ↑ Ganguli, Kisari Mohan. The Mahabharata of Krishna-Dwaipayana. Internet Sacred Text Archive. Vyasa
- ↑ Bhúmanyu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমন্যু” প্ৰবন্ধৰ সংশোধন ৩৮৫৬০৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।