ব'ৰণ হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "B" পাৰমাণৱিক সংখ্যা ৫। ব'ৰণ পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ১৩ বৰ্গৰ p-গোষ্ঠীৰ মৌল। নামটো আৰৱীক শব্দ 'বুৰাক'ৰ পৰা আহৰণ আহিছে, যিটো হৈছে বৰাস্ক।১
ৰাসায়নিক ধৰ্ম আৰু গঠন
- ব'ৰণত থকা ইলেক্ট্ৰনৰ সংখ্যা ৫।
- ইলেকট্ৰনীয় বিন্যাস 1s11p22s22p1 .
- পাৰমাণৱিক সংখ্যা (নিউক্লিয়াছত প্ৰটনৰ সংখ্যা): ৫
- পাৰমাণৱিক ওজন (পৰমাণুৰ গড় ভৰ): ১০.৮১
- ঘনত্ব: ২.৩৪ গ্ৰাম প্ৰতি ঘন চেণ্টিমিটাৰ
- কোঠাৰ তাপমাত্ৰাত অৱস্থা: কঠিন
- গলনাংক: ২৩৫০ ডিগ্ৰী ফৰেনহেইট (২০৭৭ ডিগ্ৰী চেলচিয়াছ)
- উতলাংক: ৭২৩২ ডিগ্ৰী ফৰেনহেইট (৪০০০ ডিগ্ৰী চেলচিয়াছ)
- আটাইতকৈ সচৰাচৰ আইছ'টোপ: 11B
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব'ৰণ” প্ৰবন্ধৰ সংশোধন ২৮৬৮৮৯ (১৮ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।