অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ব্যক্তিগত অংকীয় সহায়ক

ব্যক্তিগত অংকীয় সহায়ক বা পাৰ্চনেল ডিজিটেল এচিষ্টেন্ট (পি ডি এ) বা পাৰ্চনেল ডেটা এচিষ্টেন্ট এটি প্ৰায় বৈজ্ঞানিক গণক যন্ত্ৰৰ আকাৰৰ সৰু ন'টবুক, য'ত দিনলিপিৰ দৰে সকলো তথ্য ৰখা হয়। ভ্ৰম্যমান দূৰভাষৰ ব্যাপক প্ৰসাৰৰ আগতে ই অতি জনপ্ৰিয় আছিল। বৰ্তমান পি ডি এৰ স্থান লৈছে বুধিয়ক দূৰভাষে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ
১১ kb ৰ সৰু পি ডি এ
১১ kb ৰ সৰু পি ডি এছবি: No machine-readable author provided. BetacommandBot assumed (based on copyright · CC BY-SA 2.5

ব্যক্তিগত অংকীয় সহায়ক বা পাৰ্চনেল ডিজিটেল এচিষ্টেন্ট (পি ডি এ) বা পাৰ্চনেল ডেটা এচিষ্টেন্ট১২৩ এটি প্ৰায় বৈজ্ঞানিক গণক যন্ত্ৰৰ আকাৰৰ সৰু ন'টবুক, য'ত দিনলিপিৰ দৰে সকলো তথ্য ৰখা হয়। ভ্ৰম্যমান দূৰভাষৰ ব্যাপক প্ৰসাৰৰ আগতে ই অতি জনপ্ৰিয় আছিল। বৰ্তমান পি ডি এৰ স্থান লৈছে বুধিয়ক দূৰভাষে। বৰ্তমান পি ডি এত ব্ৰাউজ কৰিব পাৰি, পত্ৰ পঢ়িব পাৰি, মানচিত্ৰ চোৱা আদি কৰিব পাৰি। কিছু কিছু পি ডি এত খেলো খেলিব পাৰি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kot, Chelsea. (July 11, 2011). A Brief History of Tablets and Tablet Cases. Tablets2Cases
  2. ↑ Viken, Alexander. (April 10, 2009). The History of Personal Digital Assistants 1980 – 2000. Agile Mobility
  3. ↑ History of the HP 95LX computer. HP Virtual Museum. Hewlett-Packard

সম্পৰ্কিত শ্ৰেণী

প্ৰযুক্তিযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্যক্তিগত অংকীয় সহায়ক” প্ৰবন্ধৰ সংশোধন ৩৮৫৫৩৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।