অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিলাৱল ঠাট

বিলাৱল বা বিলাওয়াল হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী শাস্ত্ৰীয় সংগীতৰ দহটা ঠাটৰ ভিতৰত সৰ্বাধিক মৌলিক। ঠাটৰ সকলো স্বৰ শুদ্ধ বা স্বাভাৱিক স্কেলৰ সকলো স্বৰ। বিলাৱল এটা ৰাগ হিচাপে আজিকালি পৰিৱেশন কৰা নহয়, তথাপি এই ৰাগৰ এটা সৰু পৰিৱৰ্তন যাক আলহাইয়া বিলাৱল বোলা হয়, সেইটো অতি সাধাৰণ।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বিলাৱল বা বিলাওয়াল হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী শাস্ত্ৰীয় সংগীতৰ দহটা ঠাটৰ ভিতৰত সৰ্বাধিক মৌলিক।১ ঠাটৰ সকলো স্বৰ শুদ্ধ বা স্বাভাৱিক স্কেলৰ সকলো স্বৰ। বিলাৱল এটা ৰাগ হিচাপে আজিকালি পৰিৱেশন কৰা নহয়, তথাপি এই ৰাগৰ এটা সৰু পৰিৱৰ্তন যাক আলহাইয়া বিলাৱল বোলা হয়, সেইটো অতি সাধাৰণ। এইটো এটা পুৱাৰ ৰাগ আৰু ইয়াৰ চিত্ৰময় বৰ্ণনাই ইয়াৰ পৰিৱেশনৰ সৈতে সামঞ্জস্যপূৰ্ণ এক সমৃদ্ধ, কামুক পৰিৱেশ সৃষ্টি কৰে।

ৰাগসমূহ

বিলাৱলৰ অন্তৰ্গত ৰাগসমূহৰ ভিতৰত আছে:

  1. আলহাইয়া বিলাৱল
  2. ভিন্ন ষড়জ
  3. বিহাগ
  4. বিলাৱল
  5. দেশকাৰ
  6. দেৱগিৰি বিলাৱল
  7. দুৰ্গা
  8. হংসধ্বনি
  9. হেমন্ত
  10. কুকুভ বিলাৱল
  11. শংকৰা
  12. সুখীয়া
  13. শুক্লা বিলাৱল
  14. পাহাড়ী
  15. মাণ্ড

তথ্যসূত্ৰ

  1. ↑ Bor, Joep; Rao, Suvarnalata. (1999). The Raga Guide: A Survey of 74 Hindustani Ragas. Nimbus Records with Rotterdam Conservatory of Music. পৃ. 3. ISBN 9780954397609

সম্পৰ্কিত শ্ৰেণী

সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিলাৱল ঠাট” প্ৰবন্ধৰ সংশোধন ৫৩৬৬৬৫ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।