অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বিনায়ক-টেন

বিনায়ক-টেন(毘那夜迦天), গনপতেই, কাংগিটেন, কাংকি-টেন, শ্ব'-টেন, ডাইশ্ব'-টেন, ডাইশ্ব'-কাংগিটেন, টেনচন, কাংগি-জিজাইটেন, শ্ব'ডেন চামা, ৱিনায়কটেন বা জবিটেন জাপানী বৌদ্ধ ধৰ্মৰ শ্বিংগন আৰু টেণ্ডাই শাখাৰ এজন টেন বা দেৱ। তেওঁক হিন্দু ধৰ্মৰ দেৱতা গণেশৰ জাপানী ৰূপ বুলি অনেকে গণ্য কৰে।

হালনাগাদ: ৬ জুলাই ২০২৫ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

temple.]]

''Daishō Kangi-ten'' (c. 1832–52) by Philipp Franz von Siebold. Kangiten is depicted as a two-armed god holding a trident and a radish.
Daishō Kangi-ten (c. 1832–52) by Philipp Franz von Siebold. Kangiten is depicted as a two-armed god holding a trident and a radish.ছবি: Nippon by Philipp Franz von Siebold (February 17, 1796 – October 18, 1866) · Public domain
Shoten. ''Butsuzō-zu-i'', “Collected Illustrations of Buddhist Images.” Published 1690 (Genroku).
Shoten. Butsuzō-zu-i, “Collected Illustrations of Buddhist Images.” Published 1690 (Genroku).ছবি: Genroku · Public domain
Kangiten's most famous shrine, Hōzan-ji
Kangiten's most famous shrine, Hōzan-jiছবি: Mass Ave 975 at English Wikipedia · CC BY-SA 3.0

বিনায়ক-টেন(毘那夜迦天), গনপতেই, কাংগিটেন, কাংকি-টেন, শ্ব'-টেন, ডাইশ্ব'-টেন, ডাইশ্ব'-কাংগিটেন, টেনচন, কাংগি-জিজাইটেন, শ্ব'ডেন চামা, ৱিনায়কটেন বা জবিটেন জাপানী বৌদ্ধ ধৰ্মৰ শ্বিংগন আৰু টেণ্ডাই শাখাৰ এজন টেন বা দেৱ।১ তেওঁক হিন্দু ধৰ্মৰ দেৱতা গণেশৰ জাপানী ৰূপ বুলি অনেকে গণ্য কৰে। কোনো কোনোৰ মতে তেওঁ বোধিসত্ত্ব অৱলোকিতেশ্বৰৰ ৰূপ।]].২১

বিনায়কটেনক বৌদ্ধ ধৰ্মৰ তান্ত্ৰিক শাখাসমূহৰ লগত জড়িত কৰা হয়।১ যদিও তেওঁক হিন্দু গণেশৰদৰে হাতীৰ মূৰযুক্ত পুৰুষৰ দৰে দেখুৱা হয়, আটাইতকৈ জনপ্ৰিয় ৰূপ হ'ল পুৰুষ আৰু মহিলাৰ "দ্বৈত (শৰীৰযুক্ত) কাংগিটেন"

তথ্যসূত্ৰ

  1. ↑ Frédéric, Louis. (2002). Japan Encyclopedia. Harvard University Press. পৃ. 470 (originally published in 1996, translated by Rothe, Kathe)
  2. ↑ Hanan, Patrick. (2003). Treasures of the Yenching: the Seventy-fifth Anniversary Exhibit Catalogue of the Harvard-Yenching Library. the Harvard-Yenching Library of the Harvard College Library. পৃ. 245–6

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনায়ক-টেন” প্ৰবন্ধৰ সংশোধন ৫২২৩২৭ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।