অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বাকু পাপেট থিয়েটাৰ

বাকু পাপেট থিয়েটাৰ বা বাকু পুতলা থিয়েটাৰৰ (Baku Puppet Theatre) পূৰ্বৰ নাম আছিল আজাৰবাইজান ৰাজ্যিক পুতলা থিয়েটাৰ। আব্দুলা শেইখৰ নামত ইয়াৰ নাম ৰখা হৈছিল, যাক আজাৰবাইজানী ভাষাত Abdulla Şaiq adına Azərbaycan Dövlət Kukla Teatrı বোলা হৈছিল। বাকুৰ নেফ্‌চিলা এভিনিউত এই থিয়েটাৰটো অৱস্থিত।

হালনাগাদ: ৫ আগষ্ট ২০২৫ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

বাকু পাপেট থিয়েটাৰ বা বাকু পুতলা থিয়েটাৰৰ (Baku Puppet Theatre) পূৰ্বৰ নাম আছিল আজাৰবাইজান ৰাজ্যিক পুতলা থিয়েটাৰ। আব্দুলা শেইখৰ নামত ইয়াৰ নাম ৰখা হৈছিল, যাক আজাৰবাইজানী ভাষাত Abdulla Şaiq adına Azərbaycan Dövlət Kukla Teatrı বোলা হৈছিল। বাকুৰ নেফ্‌চিলা এভিনিউত এই থিয়েটাৰটো অৱস্থিত। ১৯১০ চনত পলিছ স্থাপত্যবিদ জোচেফ প্লজকোই একলেটিক ষ্টাইলত এই স্থাপত্যটো নিৰ্মাণ কৰিছিল। ইয়াৰ প্ৰাৰম্ভণি হৈছিল মুভি থিয়েটাৰ ৰূপে।১

পুতলাবোৰ কেই চেণ্টিমিটাৰ মানৰপৰা এজন মানুহৰ দুগুণ পৰ্যন্ত বিভিন্ন আকাৰৰ হয়।২

তথ্যসূত্ৰ

  1. ↑ Ш.С. Фатуллаев. Градостроительство и архитектура Азербайджана XIX-начала XX века, Ленинград, 1986, с. 229 (Russian)
  2. ↑ Puppet Theatre. City Life.az

সম্পৰ্কিত শ্ৰেণী

আজেৰবাইজানপৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাকু পাপেট থিয়েটাৰ” প্ৰবন্ধৰ সংশোধন ৫৩০৪১২ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।