অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ফ'নন

ফ'নন(Phonon) হৈছে শব্দ-তৰঙ্গৰ শক্তিৰ কোৱাণ্টাৰ নাম। ইয়াৰ মান হৈছে ⟨\,hf⟩, য'ত ⟨\,h⟩ হৈছে প্লাংকৰ ধ্ৰুবক (Planck's constant) আৰু ⟨\,f⟩ হৈছে এই শব্দ-তৰঙ্গৰ কম্পনাঙ্ক। ই এক আলোক কোৱাণ্টা ফ'টনৰ দৰে।

হালনাগাদ: ৫ জুন ২০২০ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

ফ'নন(Phonon) হৈছে শব্দ-তৰঙ্গৰ শক্তিৰ কোৱাণ্টাৰ নাম। ইয়াৰ মান হৈছে ⟨\,hf⟩, য'ত ⟨\,h⟩ হৈছে প্লাংকৰ ধ্ৰুবক (Planck's constant) আৰু ⟨\,f⟩ হৈছে এই শব্দ-তৰঙ্গৰ কম্পনাঙ্ক। ই এক আলোক কোৱাণ্টা ফ'টনৰ দৰে। তাপীয় তৰঙ্গসমূহৰ (হ্ৰস্ব শব্দ-তৰঙ্গ) সহায়ত পদাৰ্থৰ পৰা ইলেকট্ৰন আৰু অন্যান্য মৌলিক কণিকা সমূহক বিক্ষিপ্ত কৰাৰ ক্ষেত্ৰত ফ'ননে ভূমিকা গ্ৰহণ কৰে।

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ'নন” প্ৰবন্ধৰ সংশোধন ২৩৬০৯২ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।