ফুৰালুং ধৰ্মত মুঠ তিনি প্ৰকাৰৰ উপাসনালয় পোৱা যায়। সেয়া হৈছে হ'-লুং, হ'-ফি আৰু ৰু'ন ছাও চেং বা ছাও চেং ৰেন।১
তালিকা
অসমৰ ভিন্ন প্ৰান্তত ৰু'ন ছাও চেং সমুহ দেখা যায়। তাৰ তালিকা হৈছে:-
- আম-লা-খি ৰু'ন ছাও চেং
- ৰু'ন ছাও চেং হাবুং
- ৰু'ন ছাও চেং টিপাম
- ৰু'ন ছাও চেং কামপুৰ২
- ৰু'ন ছাও চেং নাৰায়ণপুৰ৩
তথ্যসূত্ৰ
- ↑ ভাদৈৰ টিপাম দেওশালী পাহাৰত “চাও চেং ৰেণ”ৰ লাইখুঁটা স্থাপন টাইপাৰ. Niyomiya Barta
- ↑ কামপুৰত মে-ডাম-মে-ফী উদযাপন. Asomiya Pratidin
- ↑ নাৰায়ণপুৰৰ অশোকত চাও চেং ৰেন মুকলি কৰিলে মন্ত্ৰী যোগেন মহনে. ETV Bharat Assam. ETV Bharat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুৰালুং ধৰ্মৰ উপাসনালয়” প্ৰবন্ধৰ সংশোধন ৬১২৪৩৬ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।