২০০৩ চনৰ ছেপ্টেম্বৰ মাহত অভ্যুত্থান নোহোৱালৈকে ফাটুমাটা ড্জাউ বাল্ডে গিনি-বিছাউৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল।
গিনি বিছাউ চৰকাৰত কেইবাটাও ভূমিকা গ্ৰহণ কৰিছে। তেওঁ সামাজিক সংহতি আৰু নিয়োগ ৰাজ্য সচিব, পৰ্যটন মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।১ নিৰ্বাচিত ৰাষ্ট্ৰপতি কুম্বা য়ালাৰ চৰকাৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আছিল যদিও ২০০৩ চনৰ ছেপ্টেম্বৰ মাহত সামৰিক অভ্যুত্থান হোৱাৰ বাবে তেওঁৰ শাসন চমু আছিল।২
তথ্যসূত্ৰ
- ↑ female ministers of foreign affairs, Guide2womenleaders, Retrieved 13 February 2016
- ↑ Europa Publications. (2003). Africa South of the Sahara 2004. Psychology Press. পৃ. 543. ISBN 978-1-85743-183-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাটুমাটা বাল্ডে” প্ৰবন্ধৰ সংশোধন ৫৮৬৬৯৭ (১০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।