অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰিয়া কাম্বলী

প্ৰিয়া কাম্বলী (Priya Kambli, জন্ম ১৯৭৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় ফটোগ্ৰাফাৰ।

হালনাগাদ: ৮ আগষ্ট ২০২৫ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

প্ৰিয়া কাম্বলী (Priya Kambli, জন্ম ১৯৭৫) এগৰাকী প্ৰখ্যাত ভাৰতীয় ফটোগ্ৰাফাৰ।

প্ৰাথমিক জীৱন আৰু শিক্ষা

কম্বলীৰ জন্ম হৈছিল ভাৰতত। বিদেশত পঢ়া-শুনা সমাপ্ত কৰে। লুইজিয়ানা বিশ্ববিদ্যালয়, লাফায়েটৰপৰা বি এফ এ ডিগ্ৰী আৰু হিউষ্টন বিশ্ববিদ্যালয়ৰপৰা এম এফ এ ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

প্ৰিয়া কাম্বলী ২০০৯ চনত লাইট ৱৰ্কছৰ আৰ্টিষ্ট-ইন-ৰেচিডেন্স আছিল। তেওঁৰ কামসমূহ হিউষ্টনৰ মিউজিয়াম অৱ ফাইন আৰ্টছ, লাইট ৱৰ্কছ, আৰু মিউজিয়াম অৱ কণ্টেম্পৰেৰী ফটোগ্ৰাফীৰ সংগ্ৰহত অন্তৰ্ভুক্ত কৰা হৈছে।

কাম্বলী মিছৌৰীৰ ট্ৰুমেন ষ্টেট ইউনিভাৰ্চিটিৰ কলাৰ অধ্যাপক।

সম্পৰ্কিত শ্ৰেণী

আলোক চিত্ৰ লওঁতাভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়া কাম্বলী” প্ৰবন্ধৰ সংশোধন ৫৩১০৫৩ (৮ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।