অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পোগোজ স্কুল

পোগোজ স্কুল (Pogose School) বাংলাদেশৰ প্ৰাচীনতম বিদ্যালয়ৰ ভিতৰত অন্যতম। ১৮৪৮ চনৰ ১২ জুনত প্ৰতিষ্ঠাত এই বিদ্যালয়খন ঢাকা চহৰত স্থাপিত দেশখনৰ প্ৰথম বেচৰকাৰী বিদ্যালয়। পোগোজ স্কুলৰ প্ৰতিষ্ঠা কৰে এন. পি. পোগোজ বা নিকি পোগোজ, যি আছিল এজন আৰ্মেনীয় ব্যৱসায়ী, জমিদাৰ তথা ঢাকাৰ এজন প্ৰভাবশালী ব্যক্তি।

হালনাগাদ: ৫ এপ্ৰিল ২০২০ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

পোগোজ স্কুল (Pogose School) বাংলাদেশৰ প্ৰাচীনতম বিদ্যালয়ৰ ভিতৰত অন্যতম। ১৮৪৮ চনৰ ১২ জুনত প্ৰতিষ্ঠাত এই বিদ্যালয়খন ঢাকা চহৰত স্থাপিত দেশখনৰ প্ৰথম বেচৰকাৰী বিদ্যালয়। পোগোজ স্কুলৰ প্ৰতিষ্ঠা কৰে এন. পি. পোগোজ বা নিকি পোগোজ, যি আছিল এজন আৰ্মেনীয় ব্যৱসায়ী, জমিদাৰ তথা ঢাকাৰ এজন প্ৰভাবশালী ব্যক্তি।

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পোগোজ স্কুল” প্ৰবন্ধৰ সংশোধন ২১৮৫৪৪ (৫ এপ্ৰিল ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।