অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পুলোমন

পুলোমন, যাক পুলোমা নামেৰেও জনা যায়, হিন্দু পৌৰাণিক কাহিনীৰ এক ব্যক্তিত্ব। তেওঁক দানৱ জাতিৰ অন্যতম প্ৰধান হিচাপে উল্লেখ কৰা হৈছে। তেওঁৰ পূৰ্বপুৰুষ আছিল কাশ্যপ ঋষি আৰু তেওঁৰ পত্নী দনু। পুলোমন ইন্দ্ৰ দেৱতাৰ পত্নী শচীৰ পিতৃও আছিল।

হালনাগাদ: ১৪ ডিচেম্বৰ ২০২৫ ৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

পুলোমন, যাক পুলোমা নামেৰেও জনা যায়, হিন্দু পৌৰাণিক কাহিনীৰ এক ব্যক্তিত্ব। তেওঁক দানৱ জাতিৰ অন্যতম প্ৰধান হিচাপে উল্লেখ কৰা হৈছে। তেওঁৰ পূৰ্বপুৰুষ আছিল কাশ্যপ ঋষি আৰু তেওঁৰ পত্নী দনু।১ পুলোমন ইন্দ্ৰ দেৱতাৰ পত্নী শচীৰ পিতৃও আছিল।২

তথ্যসূত্ৰ

  1. ↑ www.wisdomlib.org. (2017-01-17). Puloman: 10 definitions. www.wisdomlib.org
  2. ↑ Danielou, Alain. (2017-01-01). The Myths and Gods of India: The Classic Work on Hindu Polytheism. Motilal Banarsidass. পৃ. 287. ISBN 978-81-208-3638-9

সম্পৰ্কিত শ্ৰেণী

অসুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুলোমন” প্ৰবন্ধৰ সংশোধন ৫৬৪০০৪ (১৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।