অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০১৪)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৫ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১৪ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানইছামু আকাছাকি (Isamu Akasaki)অধিক কাৰ্যক্ষম নীলা পোহৰ নিৰ্গমণকাৰী ডায়'ড আৱিষ্কাৰৰ বাবে, যি আৱিষ্কাৰে উজ্জ্বল আৰু কম-শক্তিব্যয়ক বগা পোহৰৰ উৎস নিৰ্মাণৰ বাট মোকলালে ("for the invention of efficient blue light-emitting diodes which has enabled bright and energy-saving white light sources")
Xxx.jpgহিৰোশ্বি এমান' (Hiroshi Amano)
Xxx.jpgশ্বুজি নাকামুৰা (Shuji Nakamura)
২ৰসায়ন বিজ্ঞানXxx.jpgএৰিক্‌ বেৎজিগ্‌ (Eric Betzig)পৰম সূক্ষ্ম প্ৰতিপ্ৰভা অণুবীক্ষণৰ আৱিষ্কাৰৰ বাবে ("for the development of super-resolved fluorescence microscopy"
Xxx.jpgষ্টিফেন ডব্লিউ. হেল (Stefan W. Hell)
Xxx.jpgউইলিয়াম ই. ময়েৰ্নাৰ (William E. Moerner)
৩ফিজিঅ'লজী বা মেডিচিনXxx.jpgজন অ'কীফ (John O'Keefe)মগজুত অৱস্থিত স্থান নিৰ্ণায়ক কোষৰ উপস্থিতি ধৰা পেলোৱা গৱেষণাৰ বাবে ("for their discoveries of cells that constitute a positioning system in the brain")
Xxx.jpgমে-ব্ৰিট ম'জাৰ (May-Britt Moser)
Xxx.jpgএড্‌ভাৰ্ড আই. ম'জাৰ (Edvard I. Moser)
৪সাহিত্যপেট্ৰিক ম'ডিয়ান' (Patrick Modiano)স্মৃতিৰ কলাৰ দ্বাৰা যিয়ে অস্পৰ্শ মানৱ নিয়তিক উদ্বেলিত কৰে আৰু জীৱিকাৰ মাজৰ জীৱন আৰু পৃথিৱীক উন্মোচিত কৰে ("for the art of memory with which he has evoked the most ungraspable human destinies and uncovered the life-world of the occupation")
৫শান্তিৰ ন'বেল বঁটাকৈলাস সত্যাৰ্থী (Kailash Satyarthi)শিশু আৰু কিশোৰৰ ওপৰত চলা অত্যাচাৰ বিৰূদ্ধে প্ৰতিবাদ আৰু শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংঘৰ্ষৰ বাবে ("for their struggle against the suppression of children and young people and for the right of all children to education")
মালালা ইউছুফজাই (Malala Yousafzai)
৬অৰ্থনীতিজঁ টিৰ'ল (Jean Tirole)বজাৰৰ শক্তি আৰু নিয়ন্ত্ৰণ সম্বন্ধীয় তেখেতৰ গৱেষণাৰ বাবে ("for his analysis of market power and regulation")

তথ্য সংগ্ৰহ

www.nobelprize.org/nobel_prizes/lists/year/index

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০১৪)” প্ৰবন্ধৰ সংশোধন ৫৬০৮৩১ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।