অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ন'বেল বঁটা বিজয়ী (পদাৰ্থ বিজ্ঞান)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। পদাৰ্থ বিজ্ঞান বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

বৰ্ষআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
২০১২ছেৰ্গে হেৰোচি (Serge Haroche)স্বতন্ত্ৰ কোৱাণ্টাম ব্যৱস্থাৰ মাপ আৰু পৰিচালনাৰ ক্ষেত্ৰত অনা বৈপ্লৱিক প্ৰায়োগিক পদ্ধতি (ground-breaking experimental methods that enable measuring and manipulation of individual quantum systems)"১
David Wineland 2008.jpgডেভিড জে. ৱাইনলেণ্ড (David J. Wineland)
২০১১Nobel Prize 2011-Press Conference KVA-DSC 7744.jpgছল পাৰ্লম্যুটাৰ (Saul Perlmutter)এই বৰ্ষৰ বঁটাৰ অৰ্ধভাগ ছল পাৰ্লম্যুটাৰ-ক দিয়া হয়, বাকী অংশ ব্ৰায়ান পি. স্মিড্‌ট আৰু আডাম জি. ৰিছ-ৰ মাজত ভাগ কৰি দিয়া হয়। "দূৰৱৰ্তী ছুপাৰনোভাৰ পৰ্যবেক্ষণেৰে ব্ৰহ্মাণ্ডৰ ত্বৰিত প্ৰসাৰণ আৱিষ্কাৰ"ৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ("for the discovery of the accelerating expansion of the Universe through observations of distant supernovae").২
Brian Schmidt.jpgব্ৰায়ান পি. স্মিড্‌ট (Brian P. Schmidt)
Adam Riess Agr cover.jpgআডাম জি. ৰিছ (Adam G. Riess)
২০১০Andre Geim 2010-1.jpgআন্দ্ৰে জিম (Andre Geim)"দ্বিমাত্ৰিক পদাৰ্থ গ্ৰাফিমৰ বিষয়ে কৰা যুগান্তকাৰী পৰীক্ষণৰ বাবে"("for groundbreaking experiments regarding the two-dimensional material graphene"").৩
কনষ্টানটিন ন'ভ'ছেল'ভ (Konstantin Novoselov)
অসমাপ্ত তালিকা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "The Nobel Prize in Physics 2012". Nobelprize.org. 11 Oct 2012 www.nobelprize.org/nobel_prizes/physics/laureate
  2. ↑ "The Nobel Prize in Physics 2011". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/physics/laureate
  3. ↑ The Nobel Prize in Physics 2010". Nobelprize.org. 26 Oct 2012 www.nobelprize.org/nobel_prizes/physics/laureate

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা বিজয়ী (পদাৰ্থ বিজ্ঞান)” প্ৰবন্ধৰ সংশোধন ৩৮১৪৬৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।