ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। অৰ্থনীতি বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।
| বৰ্ষ | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
|---|---|---|---|---|
| ২০১২ | এলভিন ই. ৰথ (Alvin E. Roth) | সুস্থিৰ বণ্টন আৰু বজাৰ ৰূপাঙ্কনৰ আচৰণ তত্বৰ বাবে("for the theory of stable allocations and the practice of market design")১ | ||
| লয়ড এছ. ছেপ্লী (Lloyd S. Shapley) | ||||
| ২০১১ | টমাছ জে. ছাৰ্জেণ্ট (Thomas J. Sargent) | "বৃহৎ অৰ্থনীতিৰ কাৰক আৰু ফলাফল সম্বন্ধীয় প্ৰায়োগিক গৱেষণাৰ বাবে" ("for their empirical research on cause and effect in the macroeconomy")২ | ||
| ক্ৰিষ্ট'ফাৰ এ. ছিম্ছ (Christopher A. Sims) | ||||
| ২০১০ | পিটাৰ এ. ডায়েমণ্ড (Peter A. Diamond) | "সন্ধানী ঘৰ্ষণৰ মাজেৰে কৰা বজাৰ অধ্যয়নৰ বাবে" ("for their analysis of markets with search frictions")৩ | ||
| ডেল টি. মৰ্টেনছেন (Dale T. Mortensen) | ||||
| ক্ৰিষ্ট'ফাৰ এ. পিছাৰিডেছ (Christopher A. Pissarides) | ||||
| অসমাপ্ত তালিকা |
বাহ্যিক সংযোগ
- Official website of the Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel
- Official website of the Royal Swedish Academy of Sciences
- Official website of the Nobel Foundation
তথ্যসূত্ৰ
- ↑ "The Prize in Economic Sciences 2012". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/economics/laurea
- ↑ "The Prize in Economic Sciences 2011". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/economics/laurea
- ↑ "The Prize in Economic Sciences 2010". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/economics/laurea
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা বিজয়ী (অৰ্থনীতি)” প্ৰবন্ধৰ সংশোধন ৩৮১৪৬৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।