অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

নীৰৱ অৱাম্লজানতা

নীৰৱ অৱাম্লজানতা বা ছাইলেণ্ট হাইপ'ক্সিয়া হৈছে এক প্ৰকাৰৰ হাইপোক্সিয়া অৰ্থাৎ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যোৱা এক অৱস্থা, যাৰ উশাহ চুটি হোৱা অৱস্থাৰ সৈতে কোনো মিল নাই। ইয়াক কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ এক জটিলতা বুলি জনা যায়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নীৰৱ অৱাম্লজানতা বা ছাইলেণ্ট হাইপ'ক্সিয়া ১২ হৈছে এক প্ৰকাৰৰ হাইপোক্সিয়া অৰ্থাৎ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যোৱা এক অৱস্থা, যাৰ উশাহ চুটি হোৱা অৱস্থাৰ সৈতে কোনো মিল নাই।৩৪৫ ইয়াক কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ এক জটিলতা বুলি জনা যায়।৬৭ অনুমান কৰা হৈছে যে এছএআৰএছ-চিঅ'ভি-2 বোৰে হাঁওফাঁওৰ বায়ুপথৰ তেজৰ প্ৰবাহৰ উপৰিও হাঁওফাঁওৰ ভিতৰত থকা ৰক্তনলীবোৰৰ তেজৰ প্ৰবাহো প্ৰভাৱিত কৰে, ফলত সঠিক পৰিমাণে বায়ুপ্ৰবাহিত নহয়, কিন্তু উশাহ চুটি হৈ যোৱাকৈ প্ৰভাৱিত নকৰে।৮৯ হাঁওফাঁওৰ ভিতৰত সৰু সৰু পৰিসৰত তেজ গোট মৰাৰ ফলতো ছাইলেণ্ট হাইপোক্সিয়া হ'ব পাৰে বুলি অনুমান কৰা হয়।১০১১১২ দেখা গৈছে যে কোভিড-19 থকা ৰোগীৰ উশাহ-নিশাহৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পায়, যাৰ ফলত ছাইলেণ্ট হাইপোক্সিয়া হয়।১৩ এইটোও দেখুওৱা হৈছে যে কোভিড-19 ৰোগীসকলে অ-কোভিড-19 ৰোগীৰ তুলনাত ব্যায়ামৰ পিছত কম পৰিমাণৰ উশাহ চুটি অনুভৱ কৰে।১৪ অনিয়মিত নিউমোনিয়া১৫ আৰু উচ্চতাৰ সৈতে জড়িত অসুস্থতাৰ ফলতো এই অৱস্থা হোৱা বুলি জনা যায়।১৬১৭১৮

পূৰ্বানুমান

ছাইলেণ্ট হাইপোক্সিয়াৰ পূৰ্বানুমান কৰা সাধাৰণতে কঠিন কাম,১৯২০ কিয়নো তেজত অক্সিজেনৰ স্তৰ গম নোপোৱাকৈ ৫০ শতাংশৰ তললৈ হ্ৰাস হ'ব পাৰে।২১

তথ্যসূত্ৰ

  1. ↑ (August 2020). Why COVID-19 Silent Hypoxemia Is Baffling to Physicians. American Journal of Respiratory and Critical Care Medicine. পৃ. 356–360
  2. ↑ (7 May 2020). Silent hypoxia: Covid-19 patients who should be gasping for air but aren't. CNN
  3. ↑ (23 April 2020). 'Silent hypoxia' may be killing COVID-19 patients. But there's hope.. Live Science
  4. ↑ (19 November 2020). Three reasons why COVID-19 can cause silent hypoxia. ScienceDaily
  5. ↑ (3 June 2020). Silent hypoxia and its role in COVID-19 detection. News Medical
  6. ↑ (September 2020). Silent hypoxia: a frequently overlooked clinical entity in patients with COVID-19. BMJ Case Reports. পৃ. e237207
  7. ↑ (20 April 2020). The Infection That's Silently Killing Coronavirus Patients. The New York Times
  8. ↑ (15 May 2020). Silent Hypoxia Typically Not the First Symptom of COVID-19, Other Early Symptoms Should Be Monitored. American Lung Association
  9. ↑ (20 November 2020). Three reasons why coronavirus can cause silent hypoxia. হিন্দুস্তান টাইমছ
  10. ↑ (7 June 2020). COVID-19 complications: Silent hypoxia emerges as new killer in Kerala. The New Indian Express
  11. ↑ (30 November 2020). Study explains why Covid-19 can cause silent hypoxia. The Tribune
  12. ↑ (23 May 2020). Blood clots in the lung may be a major cause of COVID-19 deaths. দ্য হিন্দু
  13. ↑ (8 May 2020). They don't struggle to breathe—but COVID-19 is starving them of oxygen. National Geographic
  14. ↑ (October 2020). Silent hypoxia in patients with SARS CoV-2 infection before hospital discharge. International Journal of Infectious Diseases. পৃ. 100–101
  15. ↑ (12 May 2020). What is 'silent hypoxia'? The coronavirus symptom patients don't know they have. Global News
  16. ↑ COVID-19 patients with respiratory failure: what can we learn from aviation medicine?. British Journal of Anaesthesia
  17. ↑ 'Silent Hypoxia' Is Making Some Coronavirus Patients Critically Ill—Here's Why It's So Dangerous. Health
  18. ↑ Your Captain Speaking: Silent Hypoxia and COVID-19. EMS World
  19. ↑ (January 2021). Asymptomatic hypoxia in COVID-19 is associated with poor outcome. International Journal of Infectious Diseases. পৃ. 233–238
  20. ↑ (December 2020). Caution against precaution: A case report on silent hypoxia in COVID-19. Annals of Medicine and Surgery. পৃ. 301–303
  21. ↑ (June 2020). Early Detection of Silent Hypoxia in Covid-19 Pneumonia Using Smartphone Pulse Oximetry. Journal of Medical Systems. পৃ. 134

সম্পৰ্কিত শ্ৰেণী

ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীৰৱ অৱাম্লজানতা” প্ৰবন্ধৰ সংশোধন ৬৩৭৩০৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।