অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নীলফামাৰী জিলা

নীলফামাৰী জিলা হৈছে বাংলাদেশৰ উত্তৰে অৱস্থিত ৰংপুৰ বিভাগৰ এখন জিলা। ভাৰতৰ সীমাত থকা এই জিলাখন ছখন উপজিলাত ভাগ কৰা হৈছে। নীলফামাৰী এই জিলাৰ সদৰ।

হালনাগাদ: ১ আগষ্ট ২০২৫ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নীলফামাৰী জিলা হৈছে বাংলাদেশৰ উত্তৰে অৱস্থিত ৰংপুৰ বিভাগৰ এখন জিলা। ভাৰতৰ সীমাত থকা এই জিলাখন ছখন উপজিলাত ভাগ কৰা হৈছে। নীলফামাৰী এই জিলাৰ সদৰ।

ভৌগোলিক অৱস্থিতি

নীলফামাৰী জিলাৰ চাৰিসীমা হ'ল: উত্তৰে ভাৰতৰ পশ্চিমবঙ্গ ৰাজ্যৰ জলপাইগুড়ি জিলা, দক্ষিণে দিনাজপুৰ আৰু ৰংপুৰ জিলা, পূবে লালমনিৰহাট জিলা, আৰু পশ্চিমে পঞ্চগড় আৰু ঠাকুৰগঞ্জ জিলা। জিলাখনৰ মাটিকালি মুঠ ১৬৪৩.৪০ বৰ্গকিলোমিটাৰ।

জনগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ মুঠ জনসংখ্যা ১৯,০৭,৪৯৭ জন।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ THE FEEDBACK WORLD. Country Comparison:Population. www.cia.gov. Central Intelligence Agency

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলফামাৰী জিলা” প্ৰবন্ধৰ সংশোধন ৫২৯৪০৫ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।