নাকা বিহাৰ এটা বৌদ্ধ স্তুপ। ই অনুৰাধাপুৰ যুগৰ শেষৰফালে খ্ৰীষ্টপূৰ্ব সপ্তম আৰু দশম শতিকাৰ মাজত নিৰ্মিত১ আৰু ই শ্ৰীলংকাৰ অনুৰাধাপুৰত অৱস্থিত। ইটাৰে নিৰ্মিত ডাগোবাটোৰ আকৃতি বৰ্গক্ষেত্ৰাকাৰ। এই স্থানটো এটা অস্বাভাৱিক আৰ্হি অনুসৰি নিৰ্মাণ কৰা হৈছিল আৰু ই সম্ভৱ শ্ৰীলংকাৰ পোলোন্নাৰুৱাৰ সাতমহলীয়া অট্টালিকা সৎমহল প্ৰসাদয়াৰ দৰেই হ'লহেঁতেন।২ এই স্থানত কৰা খননত কেইবাটাও মাটিৰ অলংকাৰ থোৱা পেৰা পোৱা গৈছিল।
তথ্যসূত্ৰ
- ↑ Nakha Vehera of Ancient Anuradhapura. Amazinglanka
- ↑ Nakha Vehera. Lankapradeepa
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাকা বিহাৰ” প্ৰবন্ধৰ সংশোধন ৫৫২৭৮৫ (১৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।