অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নগা চাদৰ

নগা চাদৰ (Naga shawl) হৈছে নগালেণ্ড আৰু উত্তৰ-পূব ভাৰতৰ ইয়াৰ কাষৰীয়া অঞ্চলৰ বিভিন্ন নগা জনগোষ্ঠীয়ে তৈয়াৰ কৰা এক সুকীয়া আৰ্হিৰ (মূলতঃ ৰঙা আৰু ক’লা ঊলৰ) পৰম্পৰাগত চাদৰ।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

নগা চাদৰ (Naga shawl) হৈছে নাগালেণ্ড আৰু উত্তৰ-পূব ভাৰতৰ ইয়াৰ কাষৰীয়া অঞ্চলৰ বিভিন্ন নগা জনগোষ্ঠীয়ে তৈয়াৰ কৰা এক সুকীয়া আৰ্হিৰ (মূলতঃ ৰঙা আৰু ক’লা ঊলৰ) পৰম্পৰাগত চাদৰ।

নগা চাদৰৰ প্ৰকাৰ

চুংকোটেপ্চু

চুংকোটেপ্চু নাগালেণ্ডৰ আও নগাসকলৰ যোদ্ধা সকলে ব্যৱহাৰ কৰা চাদৰ। পৰম্পৰাগতভাৱে চুংকোটেপ্চু কেৱল শত্ৰু যোদ্ধাৰ মূৰ কাটিব পৰা যোদ্ধাসকলেহে পিন্ধিব পাৰে,১ আধুনিক যুগত চুংকোটেপ্চু পিন্ধাৰ অধিকাৰ ধন-সম্পত্তিৰ প্ৰদৰ্শন মূলক মেথোন বলিদিয়া কাৰ্যৰ সৈতে জড়িত ১ আৰু হয় আও নগাসকলৰ ই এক সুকীয়া প্ৰতীক।২

চাখেছাং নগা চাদৰ

''চি পিয়া খ্ৱু''
চি পিয়া খ্ৱুছবি: Hiart · CC0

চাখেছাং নগা চাদৰ হৈছে ভাৰতৰ ভৌগোলিক সূচক স্বীকৃতি প্ৰাপ্ত বস্ত্ৰ।৩ নগা কিং চিলি আৰু নগা ট্ৰি টমেটোৰ পিছত নগালেণ্ডৰ পৰা জি আই পঞ্জীয়ন লাভ কৰা এয়া তৃতীয়বিধ সম্পদ। ‘চাখেছাং চাদৰ’ ‘হস্তশিল্প’ শ্ৰেণীৰ অধীনত তালিকাভুক্ত হোৱাৰ বিপৰীতে বাকী দুটা সামগ্ৰীৰ ভৌগোলিক ইংগিত (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ৰ অধীনত ‘কৃষি’ সামগ্ৰীৰ অধীনত পঞ্জীয়ন কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Dundoo, Sangeetha Devi. (9 January 2015). Wrapped in history. Thehindu.com
  2. ↑ Richa Prakash; Sharada Devi; D. Anitha. (August 2013). Handcrafted Shawls of Nagaland. International Journal of Scientific and Research Publications
  3. ↑ Ray, Sanjoy. (2008-03-23). Assamese gamosa, Naga shawl registration likely. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

পোখালিবস্ত্ৰনাগালেণ্ড

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগা চাদৰ” প্ৰবন্ধৰ সংশোধন ৩৮৫২৬৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।