অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য মিজোৰাম প'ষ্ট

দ্য মিজোৰাম প'ষ্ট হৈছে মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত এখন ইংৰাজী বাতৰি কাকত৷ দ্য মিজোৰাম প'ষ্ট মিজোৰামত সৰ্বাধিক প্ৰচলিত বাতৰি কাকত৷ মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত তথা শিলচৰত মুদ্ৰিত এই কাকত খনৰ সমগ্ৰ আইজলতে জনপ্ৰিয়তা আছে। এই কাকতখন ৫৮১৫৬খনকৈ প্ৰতিটো সংখ্যা প্ৰকাশিত হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

দ্য মিজোৰাম প'ষ্ট হৈছে মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত এখন ইংৰাজী বাতৰি কাকত৷ দ্য মিজোৰাম প'ষ্ট মিজোৰামত সৰ্বাধিক প্ৰচলিত বাতৰি কাকত৷১ মিজোৰামৰ আইজলৰ পৰা প্ৰকাশিত তথা শিলচৰত মুদ্ৰিত এই কাকত খনৰ সমগ্ৰ আইজলতে জনপ্ৰিয়তা আছে। এই কাকতখন ৫৮১৫৬খনকৈ প্ৰতিটো সংখ্যা প্ৰকাশিত হয়।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

বাতৰি কাকত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য মিজোৰাম প'ষ্ট” প্ৰবন্ধৰ সংশোধন ৬৩৮৫৫৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।