অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য চাইনপ'ষ্ট

দ্য চাইনপ'ষ্ট (পূৰ্বতে দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট) ইংৰাজী ৱিকিপিডিয়াৰ বাতৰি কাকত। ৱিকিপিডিয়া সমাজৰ দ্বাৰা চালিত এই অনলাইন সাপ্তাহিক বাতৰিকাকতখন ৱিকিপিডিয়াৰ সদস্যসকলৰ সহায়ত প্ৰকাশ কৰা হয়।

হালনাগাদ: ১০ জানুৱাৰী ২০২১ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

দ্য চাইনপ'ষ্ট (পূৰ্বতে দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট)১ ইংৰাজী ৱিকিপিডিয়াৰ বাতৰি কাকত।২ ৱিকিপিডিয়া সমাজৰ দ্বাৰা চালিত এই অনলাইন সাপ্তাহিক বাতৰিকাকতখন ৱিকিপিডিয়াৰ সদস্যসকলৰ সহায়ত প্ৰকাশ কৰা হয়।২৩ বাতৰি কাকতখনত ৱিকিপিডিয়া সমাজ, ৱিকিপিডিয়া সম্বন্ধীয় ঘটনা, আৰ্ব্ৰিটেচন কমিটীৰ ৰুলিংসমূহ ৱিকিমিডিয়া ফাউণ্ডেচনৰ ঘটনাৱলী৪, আৰু আন আন ৱিকিপিডিয়া সম্বন্ধীয় প্ৰকল্পৰ বিষয়ে বাতৰি আদি প্ৰকাশ কৰা হয়।

এই কাকতক জানুৱাৰী ২০০৫ চনত ৱিকিপিডিয়া প্ৰশাসক মাইকেল স্ন'ৱে প্ৰতিষ্ঠা কৰিছিল।২৫ পূৰ্বতে দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট নামেৰে জনাজাত এই কাকতখনৰ নাম চুটি কৰি দ্য চাইনপ'ষ্ট কৰা হ'ল।১ স্ন'ৱে ফেব্ৰুৱাৰী ২০০৮ চনত তেওঁৰ নাম ৱিকিমিডিয়া ব'ৰ্ড অৱ ট্ৰাষ্টীজত যোগ হোৱালৈকে বৰঙনি আগবঢ়ায়।

বুৰঞ্জী

সমল

দ্য চাইনপ'ষ্টত ৱিকিপিডিয়া, ৱিকিমিডিয়া ফাউণ্ডেচন আৰু অন্যান্য ৱিকিপিডিয়া সম্বন্ধীয় প্ৰকল্পৰ বিষয়ে লেখা প্ৰকাশ কৰা হয়।৪৬৭৮ কাকতখন বিনামূলিয়াকৈ বিতৰণ কৰা হয়। পাঠকসকলে ই-মেইল যোগে বা ৱিকিপিডিয়া একাউণ্ট থাকিলে নিজৰ বাৰ্তা পৃ্ষ্ঠাৰ যোগে নতুন প্ৰকাশৰ জাননী লাভ কৰিব পাৰে।৯ সাধাৰণতে এই কাকত প্ৰতি সপ্তাহত প্ৰকাশ কৰা হয়।২৩

আদৰণি

বিভিন্ন সময়ত দ্য নিউ য়ৰ্ক টাইমছ, ৱিকিপিডিয়া:দ্য মিচিং মেনুৱেল গ্ৰন্থ, ফৰ্চুন, দ্য ৰেজিষ্টাৰ আদিত দ্য চাইনপ'ষ্টক "মক্ড আপ নিউজপেপাৰ", "ইফ য়ু এক্সপেক্ট টু কণ্টিনিউ এডিটিং এট ৱিকিপিডিয়া ফৰ এনি লেংঠ অৱ টাইম, বাই অল মিন্স চাবস্ক্ৰাইব টু দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট", "ৱিকিপিডিয়াজ ইন্সাইডাৰ নিউজপেপাৰ", "ৱিকিপডিয়াজ অউন প্লাকি নিউজলেটাৰ" আদি আখ্যা দিয়া হৈছে।১০৯১১

তথ্যসূত্ৰ

  1. ↑ Cohen, Noam. (March 5, 2007). A Contributor to Wikipedia Has His Fictional Side. The New York Times. পৃ. C5
  2. ↑ Phoebe Ayers; Charles Matthews; Ben Yates. (2008). How Wikipedia Works: And how You Can be a Part of it. No Starch Press. পৃ. 345. ISBN 978-1-59327-176-3
  3. ↑ Dobusch, Leonhard. (January 12, 2014). Interview mit Dirk Franke über "Grenzen der Bezahlung" in der Wikipedia. Netzpolitik.org
  4. ↑ Paroutis, Sotirios; Heracleous, Loizos; Angwin, Duncan. (February 1, 2013). Practicing Strategy: Text and Cases. SAGE Publications. পৃ. 237. ISBN 978-1-4462-9047-7
  5. ↑ McCarthy, Caroline. (July 18, 2008). Wikimedia Foundation edits its board of trustees. CNET
  6. ↑ Waters, John K. (2010). The Everything Guide to Social Media. Adams Media. পৃ. 180, 270. ISBN 978-1440506314
  7. ↑ Jemielniak, Dariusz. (2014). Common Knowledge?: An Ethnography of Wikipedia. Stanford University Press. পৃ. 231. ISBN 978-0804797238
  8. ↑ Rosen, Rebecca. (February 6, 2013). If You Want Your Wikipedia Page to Get a TON of Traffic, Die While Performing at the Super Bowl Half-Time Show. The Atlantic
  9. ↑ Broughton, John. (January 25, 2008). Wikipedia: The Missing Manual: The Missing Manual. O'Reilly Media, Inc.. পৃ. 454. ISBN 978-0-596-55377-7
  10. ↑ Dee, Jonathan. (July 1, 2007). All the News That’s Fit to Print Out. The New York Times Magazine
  11. ↑ Orlowski, Andrew. (January 12, 2016). Wikimedia Foundation bins community-elected trustee. The Register

সম্পৰ্কিত শ্ৰেণী

বাতৰি কাকত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য চাইনপ'ষ্ট” প্ৰবন্ধৰ সংশোধন ২৫৮৬৩৯ (১০ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।