অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দিনলিপি

দিনলিপি (Diary) হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী য'ত তেওঁৰ দৈনিক কাৰ্যাৱলীৰ বিৱৰণ, স্থান আৰু কালৰ সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা, অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বসাধাৰণতে ব্যক্তিগত দিনলিপিৰ কথাকে বুজায়, যি…

হালনাগাদ: ২৯ জুলাই ২০২৫ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

দিনলিপি (Diary) হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী য'ত তেওঁৰ দৈনিক কাৰ্যাৱলীৰ বিৱৰণ, স্থান আৰু কালৰ সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা, অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বসাধাৰণতে ব্যক্তিগত দিনলিপিৰ কথাকে বুজায়, যি ব্যক্তিজনৰ ব্যক্তিগত বস্তু৷ দিনলিপি প্ৰকাশৰ উদেশ্যে নহয়, লিখোঁতাৰ নিজা লাভালাভৰ বাবেহে লিখা হয়৷

নামৰ উৎপত্তি

দিনলিপিৰ ইংৰাজী শব্দ Diary শব্দটো লেটিন ভাষাৰ diarium শব্দটোৰ পৰা আহিছে, যাৰ অৰ্থ daily allowance।১ অসমীয়াত দিনলিপি শব্দটোৱে দৈনিক ঘটনা লিপিবদ্ধ কৰা বুজায়৷

তথ্যসূত্ৰ

  1. ↑ Diary. Merriam-Webster

সম্পৰ্কিত শ্ৰেণী

নথিপত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিনলিপি” প্ৰবন্ধৰ সংশোধন ৫২৮৫২২ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।