অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তোড়ী ঠাট

তোড়ী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়।

হালনাগাদ: ৩ মে’ ২০২৬ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

তোড়ী হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্থানী সংগীতৰ দহটা মৌলিক ঠাটৰ ভিতৰত এটা। ইয়াক এই ঠাটৰ ভিতৰত এটা ৰাগৰ নাম হিচাপেও জনা যায়।১

বিৱৰণ

তোড়ীত কোমল ঋষভ, গান্ধাৰ, আৰু ধৈৱতৰ লগতে তীব্ৰ মধ্যম ব্যৱহাৰ কৰা হয়। তোড়ী ৰাগে আনন্দময় উপাসনাৰ মনোভাৱৰ সৈতে কোমল, প্ৰেমময় ভাব প্ৰকাশ কৰে আৰু ইয়াক পৰম্পৰাগতভাৱে পুৱাৰ শেষৰ ফালে পৰিবেশন কৰা হয়।২

ৰাগসমূহ

তোড়ী ঠাটৰ অন্তৰ্গত ৰাগসমূহ:

  • ৰাগ মিয়াঁ কী তোড়ী/ৰাগ তোড়ী/ৰাগ দৰবাৰী তোড়ী
  • ৰাগ গুঞ্জৰী তোড়ী
  • ৰাগ মধুৱন্তী/অম্বিকা
  • ৰাগ মুলতানীী
  • ভোলামুখী
  • ছায়া তোড়ী
  • চন্দ্ৰ জ্যোতি
  • কোকিলা পঞ্চমী
  • আশা তোড়ী
  • অঞ্জনী তোড়ী

তথ্যসূত্ৰ

  1. ↑ Bor, Joep; Rao, Suvarnalata. (1999). The Raga Guide: A Survey of 74 Hindustani Ragas. Nimbus Records with Rotterdam Conservatory of Music. পৃ. 3. ISBN 9780954397609
  2. ↑ ৰাগ তোড়ী - হিন্দুস্থানী শাস্ত্ৰীয় সংগীত. Tanarang.com

সম্পৰ্কিত শ্ৰেণী

সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তোড়ী ঠাট” প্ৰবন্ধৰ সংশোধন ৬০৪১৪৪ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।