অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ডানয়ুব নদী

ডানয়ুব নদী (, also known by other names) ইউৰোপৰ দ্বিতীয় সৰ্ববৃহৎ নদী আৰু ই কেন্দ্ৰীয় আৰু পূব ইউৰোপত প্ৰবাহিত হৈছে। ডানয়ুব নদী ঐতিহাসিকভাৱে ৰোমান সাম্ৰাজ্যৰ এক প্ৰধান অংশ আছিল আৰু বৰ্তমান ই দহখন দেশৰ মাজেৰে প্ৰবাহিত হৈ আছে। এই নদী জাৰ্মানীত আৰম্ভ হৈ দক্ষিণ-পূব দিশত মুঠ 1,914 কি.মি. জুৰি বৈ গৈছে।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৬ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

ডানয়ুব নদী (, also known by other names) ইউৰোপৰ দ্বিতীয় সৰ্ববৃহৎ নদী আৰু ই কেন্দ্ৰীয় আৰু পূব ইউৰোপত প্ৰবাহিত হৈছে।

ডানয়ুব নদী ঐতিহাসিকভাৱে ৰোমান সাম্ৰাজ্যৰ এক প্ৰধান অংশ আছিল আৰু বৰ্তমান ই দহখন দেশৰ মাজেৰে প্ৰবাহিত হৈ আছে। এই নদী জাৰ্মানীত আৰম্ভ হৈ দক্ষিণ-পূব দিশত মুঠ 1,914 কি.মি. জুৰি বৈ গৈছে। এই নদীয়ে স্পৰ্শ কৰি যোৱা মূল দেশসমূহ হৈছে অষ্ট্ৰিয়া, স্ল’ভাকিয়া, হাংগেৰী, ক্ৰ’য়েটিয়া (Croatia), ছাৰবিয়া (Serbia), ৰোমানিয়া, বুলগেৰিয়া, ম’লড’ভা (Moldova) আৰু ইউক্ৰেইন। শেষত ডানয়ুব নদী কৃষ্ণ সাগৰত পৰিছেগৈ। এই নদীৰ ক্ষৰণৰ অৱবাহিকা (drainage basin) নখন দেশ পৰ্যন্ত বিস্তৃত হৈ আছে।

উপনৈসমূহ

ডানয়ুব নদীৰ উৎসৰ পৰা কৃষ্ণ সাগৰলৈ ই্যাৰ উপনৈসমূহ একাদিক্ৰমে তলত দিয়া হ’ল-

# Iller (entering at Ulm) # Lech # Altmühl (entering at Kelheim) # Naab (entering at Regensburg) # Regen (entering at Regensburg) # Isar # Inn (entering at Passau) # Enns # Morava (entering near Devín Castle) # Rába (entering at Győr) # Váh (entering at Komárno) # Hron (entering at Štúrovo) # Ipeľ # Sió # Dráva # Vuka (entering at Vukovar) #17. Tisza 18. Sava (entering at Belgrade) 19. Timiș (entering at Pančevo) 20. Great Morava 21. Caraș 22. Jiu (entering at Bechet) 23. Iskar 24. Olt (entering at Turnu Măgurele) 25. Osam 28. Argeș (entering at Oltenița) 29. Ialomița 30. Siret (entering near Galați) 31. Prut (entering near Galați)

নদীদ্বীপসমূহ

  • Adakale Island
  • Ostrovul Mare, Gogoşu
  • Balta Ialomiţei
  • Belene Island
  • Csepel Island
  • Donauinsel
  • Great Brăila Island
  • Great War Island
  • Island of Vukovar
  • Island of Šarengrad
  • Žitný Island
  • Szigetköz
  • Island of Szentendre
  • Margaret Island
  • Island of Mohács
  • Ostrovul Ciocăneşti
  • Ostrovul Mare, Islaz
  • Ostrvo (Kostolac)
  • Kozloduy Island
  • Ribarsko Ostrvo, Novi Sad
  • Vardim Island

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডানয়ুব নদী” প্ৰবন্ধৰ সংশোধন ৫৭৪২৮৯ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।