অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ডাইমন

ডাইমন (ইংৰাজী: সৰহ অৰ্থাৎ "দেৱতা", "ঈশ্বৰৰ দৰে", "শক্তি", "ভাগ্য") এটা "অজ্ঞাত উচ্চ পৰ্যায়ৰ" সত্ত্বাক বুজায়, এটা হয়তো ভাল নাইবা শত্ৰুতাপূৰ্ণ হ'ব পাৰে। প্ৰাচীন গ্ৰীক ধৰ্ম আৰু শ্ৰুতিকথাত ডাইমনক ক্ষুদ্ৰ দেৱতা বা পথ প্ৰদৰ্শক আত্মা বুলি কল্পনা কৰা হৈছিল।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

ডাইমন (ইংৰাজী: সৰহ অৰ্থাৎ "দেৱতা", "ঈশ্বৰৰ দৰে", "শক্তি", "ভাগ্য")১২ এটা "অজ্ঞাত উচ্চ পৰ্যায়ৰ" সত্ত্বাক বুজায়, এটা হয়তো ভাল নাইবা শত্ৰুতাপূৰ্ণ হ'ব পাৰে।৩

প্ৰাচীন গ্ৰীক ধৰ্ম আৰু শ্ৰুতিকথাত ডাইমনক ক্ষুদ্ৰ দেৱতা বা পথ প্ৰদৰ্শক আত্মা বুলি কল্পনা কৰা হৈছিল।৪ এই শব্দটো প্ৰাক ইণ্ডো-ইউৰোপীয় *da- "বিভাজন কৰা" মূলৰ daimon অৰ্থাৎ "প্ৰদানকাৰী, বিভাজক (ভাগ্য বা ভাগ্যৰ)" শব্দৰ পৰা উদ্ভৱ হৈছে।৫ ডাইমনক সম্ভৱতঃ সোণালী যুগৰ মানুহৰ আত্মা, তত্ত্বাৱধায়ক দেৱতা বা ভাগ্যৰ শক্তি হিচাপে চিত্ৰিত কৰা হৈছিল।৬

বিৱৰণ

ডাইমন হৈছে ক্ষুদ্ৰ দেৱতা বা আত্মা, প্ৰায়ে বিমূৰ্ত সত্তা হিচাপে মৰণশীল আৰু দেৱতা উভয়ৰে সৈতে একে প্ৰকৃতিৰ বুলি উপস্থাপন কৰা হয়৷ ডাইমনবোৰ ভূত, পাতালৰ নায়ক, আত্মাৰ পথ প্ৰদৰ্শক, প্ৰকৃতিৰ শক্তি বা দেৱতাসকলৰ দৰেই বুলি কোৱা হৈছে। হেচিঅ'ডৰ শ্ৰুতিকথা অনুসৰি "মৃত্যুৰ পিছত মহান আৰু শক্তিশালী ব্যক্তিসকলক ডেইমন হিচাপে সন্মান কৰা হৈছিল..."৭ ৱালটাৰ বাৰ্কাৰ্টৰ মতে ডাইমন কোনো অৰ্ধ-ঈশ্বৰীয় সত্তাৰ নহয়, বৰঞ্চ তেওঁলোকৰ কাৰ্যকলাপৰ পৰা এক অব্যক্তিগত "অদ্ভুত ধৰণ" যেনহে লাগে।

তথ্যসূত্ৰ

  1. ↑ A. Delahunty, From Bonbon to Cha-cha: Oxford Dictionary of Foreign Words and Phrases (p. 90), Oxford University Press, 2008
  2. ↑ J. Cresswell, Little Oxford Dictionary of Word Origins (p. 146), Oxford University Press, 2014
  3. ↑ Wiebe, G. (2020, June 30). demons in Christian thought. Oxford Classical Dictionary. Retrieved 12 Dec. 2024, from oxfordre.com/classics/view/10.1093/acrefore/9780
  4. ↑ daimōn "δαίμων". A Greek–English Lexicon
  5. ↑ "Demon", Etymology Online
  6. ↑ 2323243 Perseus Digital Library Consulted 2017-05-05
  7. ↑ Burkert, Walter. (1985). Greek Religion. Harvard University Press. পৃ. 179–181, 317, 331, 335. ISBN 978-0-674-36281-9

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাইমন” প্ৰবন্ধৰ সংশোধন ৪৭৮৮৭৩ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।