অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ডমিনিকান ৰিপাব্লিক

ডমিনিকান ৰিপাব্লিক (স্পেনিছ: República Dominicana) হৈছে কেৰিবিয়ান হিস্পানিঅ'লা দ্বীপৰ এখন দেশ; দ্বীপটোৰ আনখন দেশ হৈছে হাইটি। ইয়াৰ ৰাজধানী, আৰু আটাইতকৈ ডাঙৰ চহৰখন হৈছে চেণ্টো ডমিংগো।

হালনাগাদ: ৩ ডিচেম্বৰ ২০২৫ ২৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ডমিনিকান ৰিপাব্লিক (স্পেনিছ: República Dominicana) হৈছে কেৰিবিয়ান হিস্পানিঅ'লা দ্বীপৰ এখন দেশ; দ্বীপটোৰ আনখন দেশ হৈছে হাইটি। ইয়াৰ ৰাজধানী, আৰু আটাইতকৈ ডাঙৰ চহৰখন হৈছে চেণ্টো ডমিংগো।১২৩

তথ্যসূত্ৰ

  1. ↑ Parry, J.H.; Sherlock, Philip. (1976). Historia de las Antillas. Editorial Kapelusz. পৃ. 9
  2. ↑ Dominican Republic. EveryCulture
  3. ↑ Leonel Fernandez President of the Republic. la République dominicaine

সম্পৰ্কিত শ্ৰেণী

দেশভূগোল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডমিনিকান ৰিপাব্লিক” প্ৰবন্ধৰ সংশোধন ৫৬০৬৭০ (৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।