অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জোৰাব

জোৰাব (ইংৰাজী: Jorabs) হৈছে জটিল আৰ্হিৰ ভৰিৰ আঙুলি মূৰলৈকে পিন্ধা এবিধ বহুৰঙী মোজা। সাধাৰণতে চহকী সজ্জা প্ৰদৰ্শন কৰিবলৈ জোৰাব পিন্ধা হয়।

হালনাগাদ: ৩ আগষ্ট ২০২৪ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ
দাগাস্তান-আৰ্হিৰ জোৰাব
দাগাস্তান-আৰ্হিৰ জোৰাবছবি: Наталья Агаева · CC BY-SA 3.0

জোৰাব (ইংৰাজী: Jorabs) হৈছে জটিল আৰ্হিৰ ভৰিৰ আঙুলি মূৰলৈকে পিন্ধা এবিধ বহুৰঙী মোজা। সাধাৰণতে চহকী সজ্জা প্ৰদৰ্শন কৰিবলৈ জোৰাব পিন্ধা হয়।

ব্যুৎপত্তি

"জোৰাব" শব্দটোৰ উৎপত্তি আৰবী جورب (জোৰাব) শব্দৰ পৰা হৈছে যাৰ সাধাৰণ অৰ্থ হৈছে "মোজা"। শব্দটোৰ অন্যান্য জ্ঞাত ভিন্নতাসমূহ হ'ল “çorap" (তুৰ্কী), "чорап" (বুলগেৰিয়ান, মেচিডোনিয়ান) "čarape" (ছাৰ্বিয়ান), “corab" (আজাৰবাইজান), "čarapa" (বছনিয়ান), “Ҷӯроб" (তাজিক), আৰু "şətəl" (তাত)।

জোৰাবক লেজগিনত “কিউল্যুটাৰ”, ছাখুৰত “ট্টুৰছ” আৰু দাগাস্তানৰ আভাৰ ভাষাত “উনক’ল” আদি স্থানীয় নামেৰেও জনা যায়।

সামগ্ৰী

জোৰাব সাধাৰণতে ঊণ, ৰেচম, নাইলন আৰু কেতিয়াবা কপাহৰ পৰা তৈয়াৰ কৰা হয়। জোৰাব তৈয়াৰ কৰা অন্য সামগ্ৰীসমূহৰ ভিতৰত আছে এক্ৰিলিক (acrylic) আৰু উণ আৰু কপাহৰ মিশ্ৰণ।

তথ্যসূত্ৰ

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোৰাব” প্ৰবন্ধৰ সংশোধন ৪২৭৮২১ (৩ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।