জেন অষ্টিন (Jane Austen) হৈছে এগৰাকী ইংৰাজ ঔপন্যাসিক। যি মুখ্যতঃ ছয়খন উপন্যাসৰ বাবে জনাজাত, যিয়ে অষ্টাদশ শতিকাৰ শেষত ব্ৰিটিছ লেণ্ডেড গ্ৰেণ্ট্ৰিৰ বাখ্যা, সমালোচনা আৰু এই বিষয়ে মন্তব্য কৰে।
জন্ম
- ১৭৭৫ চনৰ ১৬ ডিচেম্বৰত হেম্পশ্বায়াৰৰ ষ্টিঙেনটনত জেন অষ্টিনৰ জন্ম হয়।
শিক্ষা
- ১৭৪৩ চনত এন কাউলীয়ে অষ্টিন আৰু তেওঁৰ ভগ্নী কেচান্দ্ৰাক শিক্ষা গ্ৰহণৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ পঠাইছিল।
সাহিত্য ৰাজি
উপন্যাস
- Sense and Sensibility (১৮১১)
- Pride and Prejudice (১৮১৩)
- Mansfield Park (১৮১৪)
- Emma (১৮১৫)
- Northanger Abbey (১৮১৮, মৰণোত্তৰভাৱে)
- Persuasion (১৮১৮, মৰণোত্তৰভাৱে)
- Lady Susan (১৮৭১, মৰণোত্তৰভাৱে)
অসম্পূৰ্ণ কল্পকাহিনী
- দ্য ৱাটছনছ
- চেণ্ডিটন
মৃত্যু
- ১৮১৭ চনৰ ১৮ জুলাইত তেখেতৰ মৃত্যু হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেন অষ্টিন” প্ৰবন্ধৰ সংশোধন ৩০১২৮৬ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।