অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

জিঅ' পেমেণ্টছ বেংক

জিঅ' পেমেন্টছ বেংক হৈছে ভাৰতৰ এখন পেমেন্টছ বেংক। ২০১৮ চনত ইয়াৰ স্থাপনা কৰা হৈছিল আৰু ই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধীনস্থ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজক ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ.বি.আই) বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ অধীনত নতুন পেমেণ্ট বেংক স্থাপনৰ বাবে নীতিগত অনুমোদন প্ৰদান কৰে।তাৰ পিছত ই ভাৰতীয় ষ্টেট…

হালনাগাদ: ৩১ জানুৱাৰী ২০২৬ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

জিঅ' পেমেন্টছ বেংক হৈছে ভাৰতৰ এখন পেমেন্টছ বেংক। ২০১৮ চনত ইয়াৰ স্থাপনা কৰা হৈছিল আৰু ই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধীনস্থ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজক ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ.বি.আই) বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ অধীনত নতুন পেমেণ্ট বেংক স্থাপনৰ বাবে নীতিগত অনুমোদন প্ৰদান কৰে।তাৰ পিছত ই ভাৰতীয় ষ্টেট বেংকৰ সৈতে অংশীদাৰিত্ব কৰি ২০১৬ চনৰ নৱেম্বৰ মাহত জিঅ’ পেমেণ্টছ বেংক লিমিটেডক অন্তৰ্ভুক্ত কৰে, জিঅ’ পেমেণ্টছ বেংক লিমিটেড হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মাজত ৭০:৩০ অংশীদাৰিত্বৰে আৰম্ভ কৰা পেমেন্টছ বেংক।১

২০২০ চনৰ অক্টোবৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ ধাৰা ৩৫বিৰ অধীনত সময়মতে পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিযুক্তিৰ বাবে আবেদন নকৰাৰ বাবে বেংকটোক ১ কোটি ₹ (১২৫,২৩৪ মাৰ্কিন ডলাৰ) জৰিমনা বিহা হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ Jio Payments Bank. www.businesstoday.in
  2. ↑ (October 29, 2020). Jio Payments Bank fined Rs 1 cr for delay in submitting MD's reappointment application. Business Today

সম্পৰ্কিত শ্ৰেণী

পেমেণ্টছ বেংক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিঅ' পেমেণ্টছ বেংক” প্ৰবন্ধৰ সংশোধন ৫৭২৭২১ (৩১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।