অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

জিঅ'

জিঅ (চমুকৈ ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেড) হৈছে ভাৰতৰ এখন দূৰসংযোগ সেৱা প্ৰদানকাৰী কোম্পানী।ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ই প্ৰি-পেড, পোষ্ট-পেড, ফিক্সড লাইনৰ দ্বাৰা ৪জি আৰু ৫জি সেৱা আগবঢ়ায়।

হালনাগাদ: ৩ জুলাই ২০২৫ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জিঅ (চমুকৈ ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেড) হৈছে ভাৰতৰ এখন দূৰসংযোগ সেৱা প্ৰদানকাৰী কোম্পানী।১ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ই প্ৰি-পেড, পোষ্ট-পেড, ফিক্সড লাইনৰ দ্বাৰা ৪জি আৰু ৫জি সেৱা আগবঢ়ায়।

জিঅ'ই ২০১৫ চনৰ ২৭ ডিচেম্বৰত অংশীদাৰ আৰু কৰ্মচাৰীৰ বাবে আৰম্ভ কৰিছিল,২৩ আৰু ২০১৬ চনৰ ৫ ছেপ্টেম্বৰত ইয়াৰ ৰাজহুৱাভাৱে উপলব্ধ হৈছিল। ই ভাৰতৰ সৰ্ববৃহৎ আৰু বিশ্বৰ তৃতীয় বৃহত্তম ম’বাইল ফোন নেটৱৰ্ক অপাৰেটৰ কোম্পানী। ইয়াৰ ৪২.৬২ কোটি (৪২৬.২ মিলিয়ন)তকৈ অধিক গ্ৰাহক আছে।৪

তথ্যসূত্ৰ

  1. ↑ www.jio.com
  2. ↑ (3 September 2016). Jio opens Mobile Number Portability, urges incumbent telcos to fulfil regulatory obligations. India Today
  3. ↑ (27 December 2015). Reliance Jio Infocomm launches 4G services for its employees. The Economic Times
  4. ↑ (22 January 2021). RIL Q4 2020–21 Reports. Reliance industries

সম্পৰ্কিত শ্ৰেণী

দূৰসংযোগম'বাইল ফোন নিৰ্মাতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিঅ'” প্ৰবন্ধৰ সংশোধন ৫২১৯৭৮ (৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।