অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জালেহ আমৌজগাৰ

জালেহ আমৌজগাৰ এল.ডি.এইচ. ৪ ডিচেম্বৰ, ১৯৩৯ চনত জন্মা এগৰাকী ইৰাণোলোজিষ্ট, মধ্য পাৰ্চী ভাষাৰ বিশেষজ্ঞ, আৰু এগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।

হালনাগাদ: ১১ মে’ ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জালেহ আমৌজগাৰ এল.ডি.এইচ. ৪ ডিচেম্বৰ, ১৯৩৯ চনত জন্মা এগৰাকী ইৰাণোলোজিষ্ট, মধ্য পাৰ্চী ভাষাৰ বিশেষজ্ঞ, আৰু এগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।

জীৱন

আমৌজগাৰে ছৰবন বিশ্ববিদ্যালয়ৰ পৰা (ইৰাণী ভাষাবিজ্ঞান) ইৰানিষ্টিকছত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।১ বৰ্তমান তেওঁ তেহৰাণ বিশ্ববিদ্যালয়ৰ প্ৰাচীন ইৰাণী সংস্কৃতি আৰু ভাষা বিভাগৰ অধ্যক্ষ।২

আহমদ তাফাজ্জোলিৰ সহযোগত আমৌজগাৰে প্ৰাচীন ইৰাণী ভাষা অধ্যয়ন আৰু প্ৰাচীন ইৰাণৰ সাহিত্যৰ ইতিহাস চৰ্চাত যথেষ্ট অৰিহণা যোগাইছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ এনচাইক্লপিডিয়া ইৰানিকা প্ৰকল্পৰ সৈতেও তেওঁ জড়িত হৈ আছে।৩

তেওঁ কৰা কামৰ বাবে তেওঁ কেইবাটাও বঁটা লাভ কৰিছে। তাৰ ভিতৰত ২০১৬ চনত তেওঁক চেভালিয়াৰ অৱ দ্য লিজিয়ন অৱ অনাৰ৪ আৰু পাৰ্চী চাইপ্ৰেছ বঁটা (ইৰাণৰ সাংস্কৃতিক ঐতিহ্য বঁটা) প্ৰদান কৰা হৈছে। ১

উল্লেখযোগ্য কৰ্ম

তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল,

  • জোৰোষ্ট্ৰিয়ান মিথ অৱ লাইফ
  • পহ্লবী লেংগুৱেজ, লিটাৰেচাৰ এণ্ড ইনষ্ট্ৰাকচন
  • মাইথ;লোজিকেল হিষ্ট্ৰী অৱ ইৰাণ
  • দা ফাৰ্ষ্ট চেম্পল এণ্ড দা ফাৰ্ষ্ট মেন অন লিজেণ্ডাৰী ইৰাণীয়ান শ্বাহৰিয়াৰ আদি

তথ্যসূত্ৰ

  1. ↑ Le cinquième livre du denkard
  2. ↑ Center for Women's Studies - the University of Tehran
  3. ↑ Archived copy
  4. ↑ (2016-07-04). Iranian linguist Jaleh Amuzegar awarded Chevalier of the Legion of Honor. Tehran Times

সম্পৰ্কিত শ্ৰেণী

ইৰাণৰ ব্যক্তিসাহিত্যিকনাৰীবাদ আৰু লোকগাথা ২০২৫

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জালেহ আমৌজগাৰ” প্ৰবন্ধৰ সংশোধন ৫০৭৫৫৫ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।