অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জন পিটাৰ ৱেড

জন পিটাৰ ৱেড (John Peter Wade, জ.১৭৬২-মৃ.২৪.১੦.১৮੦২) এগৰাকী ব্ৰিটিছ লেখক আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এছিছটেণ্ট ছাৰ্জন৷ কেপ্টেইন ৱেলছৰ লগত অসমলৈ আহি ইয়াত ডেৰ বছৰ থাকি তেওঁ এন একাউণ্ট অৱ আছাম (An Account of Assam) নামৰ গ্ৰন্থখন ৰচনা কৰে৷ ১৭৯৮ চনত তেওঁ পুনৰ অসমলৈ আহে আৰু এ জিওগ্ৰাফিকেল…

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

জন পিটাৰ ৱেড (John Peter Wade, জ.১৭৬২-মৃ.২৪.১੦.১৮੦২) এগৰাকী ব্ৰিটিছ লেখক আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এছিছটেণ্ট ছাৰ্জন৷১

কেপ্টেইন ৱেলছৰ লগত অসমলৈ আহি ইয়াত ডেৰ বছৰ থাকি তেওঁ এন একাউণ্ট অৱ আছাম (An Account of Assam) নামৰ গ্ৰন্থখন ৰচনা কৰে৷ ১৭৯৮ চনত তেওঁ পুনৰ অসমলৈ আহে আৰু এ জিওগ্ৰাফিকেল স্কেট্ছ অৱ আছাম (A Geographical Sketch of Assam) নামৰ আন এখন গ্ৰন্থ ৰচনা কৰে৷ তেওঁ চিকিৎসাবিজ্ঞান বিষয়ৰো তিনিখন গ্ৰন্থ ৰচনা কৰিছিল৷ তেওঁ ৰয়েল এছিয়াটিক ছচাইটী অৱ বেংগলৰ সদস্য নিৰ্বাচিত হৈছিল৷১

১৮੦২ চনৰ ১੦ অক্টোবৰত তদানীন্তন বংগদেশৰ মেদিনীপুৰত তেওঁৰ দেহাৱসান ঘটে৷১

তথ্যসূত্ৰ

  1. ↑ শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, চ’ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ, গুৱাহাটী, ১৯৯২

সম্পৰ্কিত শ্ৰেণী

লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন পিটাৰ ৱেড” প্ৰবন্ধৰ সংশোধন ৪৭৯২০২ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।