অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছাৰা মনছুৰ

ছাৰা মনছুৰ (Sara Mansoor; জন্মঃ ৩০ জানুৱাৰী ১৯৮৮) এগৰাকী পাকিস্তানী টেনিছ খেলুৱৈ। ফেড কাপত পাকিস্তানৰ হৈ খেলি ৬ – ২৩ স্কৰত মনছুৰে জয়-পৰাজয়ৰ অভিলেখ গঢ়িছিল। ১৯৮৮ চনৰ ৩০ জানুৱাৰিত পাকিস্তানৰ ৰাউলপিণ্ডিত মনছুৰৰ জন্ম। তেওঁ ১৩ বছৰ বয়সৰ পৰাই টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ছাৰা মনছুৰ (Sara Mansoor; জন্মঃ ৩০ জানুৱাৰী ১৯৮৮) এগৰাকী পাকিস্তানী টেনিছ খেলুৱৈ। ফেড কাপত পাকিস্তানৰ হৈ খেলি ৬ – ২৩ স্কৰত মনছুৰে জয়-পৰাজয়ৰ অভিলেখ গঢ়িছিল।১

১৯৮৮ চনৰ ৩০ জানুৱাৰিত পাকিস্তানৰ ৰাউলপিণ্ডিত মনছুৰৰ জন্ম। তেওঁ ১৩ বছৰ বয়সৰ পৰাই টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল।

২০১১ চনত মনছুৰে ছাৰা মাহবুব খান, উষ্ণা চুহেইল আৰু চাবা আজিজৰ সৈতে দশকজোৰা অনুপস্থিতিৰ পিছত পাকিস্তানৰ হৈ ফেড কাপ প্ৰতিযোগিতাত পুনৰ প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰে।২

২০১৬ চনত ভাৰতৰ গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয়ান গেমছত টেনিছৰ একক শাখাত মনছুৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Sara Mansoor
  2. ↑ Sara, Saba, Ushna and Sara Bring Pakistan Women Tennis Back in the Game

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা মনছুৰ” প্ৰবন্ধৰ সংশোধন ৫৭২৬০৪ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।