পাকিস্তানৰ খেলুৱৈ
৫ প্ৰবন্ধ
-
অৰ্শদ নাদীম
অৰ্শদ নাদীম (Arshad Nadeem; জন্ম ২ জানুৱাৰী, ১৯৯৭) এজন পাকিস্তানী জেভেলিন নিক্ষেপকাৰী। আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ যিকোনো ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা তেওঁ প্ৰথমজন পাকিস্তানী খেলুৱৈ।
-
ছাবা আজিজ
ছাবা আজিজ ( ইংৰাজী: Saba Aziz)ৰ জন্ম ১৯৮৮ চনৰ ২৬ নৱেম্বৰত। তেওঁ পাকিস্তানৰ এগৰাকী প্ৰাক্তন এক নম্বৰ মহিলা টেনিছ খেলুৱৈ। ছাবা আজিজে ২০১১-২০১৩ চনত ফেড কাপত পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল।
-
ছাৰা মনছুৰ
ছাৰা মনছুৰ (Sara Mansoor; জন্মঃ ৩০ জানুৱাৰী ১৯৮৮) এগৰাকী পাকিস্তানী টেনিছ খেলুৱৈ। ফেড কাপত পাকিস্তানৰ হৈ খেলি ৬ – ২৩ স্কৰত মনছুৰে জয়-পৰাজয়ৰ অভিলেখ গঢ়িছিল। ১৯৮৮ চনৰ ৩০ জানুৱাৰিত পাকিস্তানৰ ৰাউলপিণ্ডিত মনছুৰৰ জন্ম। তেওঁ ১৩ বছৰ বয়সৰ পৰাই টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল।
-
নিদা দাৰ
নিদা দাৰ এগৰাকী পাকিস্তানৰ মহিলা ক্ৰিকেটাৰ। নিদা দাৰ এগৰাকী সোঁহাতীয়া বেটাৰ আৰু সোঁ-হাতৰ অফ ব্ৰেক বলাৰ। ২০২৩ চনৰ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে তেওঁ পাকিস্তান মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে আছে। এগৰাকী অলৰাউণ্ডাৰ হিচাপে ডাৰ হৈছে মহিলাৰ আটাইতকৈ সফল টি-২০ বলাৰ।
-
মাৰিয়া তুৰপাকাই ৱাজিৰ
মাৰিয়া টুৰপাকাই ৱাজিৰ (Maria Toorpakai Wazir; জন্ম:- ২২ নৱেম্বৰ, ১৯৯০) এগৰাকী পেছাদাৰী পাকিস্তানী স্কোৱাছ খেলুৱৈ। মুছলমান ছোৱালী হিচাপে প্ৰতিযোগিতামূলক খেলত অংশগ্ৰহণ কৰিবলৈ জীৱনৰ প্ৰথম ১৬ বছৰ ল'ৰাৰ দৰে তেওঁ সাজ-পোছাক পিন্ধিছিল আৰু চেংগিছ খান নাম ব্যৱহাৰ কৰিছিল৷ তেওঁক পিতৃ-মাতৃয়ে সম্পূৰ্ণ সমৰ্থন…