চেলাম্মা ভাৰতৰ দক্ষিণ কৰ্ণাটক অঞ্চলৰ এগৰাকী হিন্দু দেৱী।১২৩
চেলাম্মা এগৰাকী বৃশ্চিক দেৱী আৰু ইয়াক কোলাৰামত কোলাৰম্মাৰ সৈতে পূজা কৰা হয়।৪
অনুগামীসকলে বিশ্বাস কৰে যে দেৱী পাৰ্বতীক উৎসৰ্গিত চেলাম্মাৰ মন্দিৰত প্ৰাৰ্থনা কৰিলে এজন ব্যক্তি বৃশ্চিকৰ দংশনৰপৰা ৰক্ষা পাব। মাটিত খোদিত কৰা এটা প্ৰাচীন হুণ্ডি আছে আৰু যোৱা ১০০০ বছৰ ধৰি মানুহে ইয়াক উপহাৰ বা কানিকে আগবঢ়াই আহিছে আৰু কোনেও কেতিয়াও খুলিব পৰা নাই। কিংবদন্তি অনুসৰি এই বাকচটোত প্ৰাচীন কালৰ সোণৰ মুদ্ৰা আৰু বহুমূলীয়া ৰত্ন আছে।
নামটোত "আম্মা" প্ৰত্যয়টো অন্তৰ্ভুক্ত কৰা হৈছে যিটো বেছিভাগ দক্ষিণ ভাৰতীয় দেৱীৰ বাবে এটা সাধাৰণ প্ৰত্যয়। (মৰিআম্মা চাওক)
তথ্যসূত্ৰ
- ↑ Nagara, Brunda. (2018-04-13). A Travel Guide From Bangalore To Kolar. Native Planet
- ↑ Chelamma. Mandalas Life
- ↑ Service, Statesman News. (2019-02-24). A cruel place. The Statesman
- ↑ kolarcity.mrc.gov.in/en/city-tour{{Dead link|date=September 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেলাম্মা” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৯৪ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।