কানিকে (সংস্কৃত ভাষা: कणिक) হৈছে সংস্কৃত আৰু পালি শব্দ, যিয়ে বস্তুৰ কণা বা দানাক বুজায়।১ হিন্দু ধৰ্মত ধৰ্মীয় প্ৰসংগত ইয়াক প্ৰায়ে খাদ্যৰ অংশ দেৱতাৰ বাবে প্ৰসাদ বুলি উছৰ্গা কৰা প্ৰথাক উল্লেখ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো দেৱতাৰ সন্তুষ্টিৰ বাবে অৰ্পণ কৰি প্ৰসাদ হিচাপে প্ৰাপ্ত বুলি গণ্য কৰা হয়।২
তথ্যসূত্ৰ
- ↑ www.wisdomlib.org. (2012-06-29). Kanika, Kaṇika, Kanīka: 23 definitions. www.wisdomlib.org
- ↑ Mazumdar, Shudha; Forbes, Geraldine Hancock. (2015-03-04). Memoirs of an Indian Woman. Routledge. পৃ. 44. ISBN 978-1-317-46486-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কানিকে” প্ৰবন্ধৰ সংশোধন ৬৩৩১৫৭ (২৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।