গ্ল'বেল টাইমছ (simplified Chinese: 环球时报; traditional Chinese: 環球時報; pinyin: Huánqiú Shíbào) এক দৈনিক বাতৰি কাকত, পিপলছ ডেইলিৰ সৈতে সম্পৰ্কিত। ই সাম্যবাদী চীনা দৃষ্টিকোণেৰে আন্তঃৰ্জাতিক বাতৰি প্ৰকাশ কৰে৷১২
বুৰঞ্জী
১৯৯৩ চনত চীনা ভাষাৰ প্ৰকাশন হিচাপে যাত্ৰাৰম্ভ কৰা কাকতখনৰ ইংৰাজী সংস্কৰণ ২০০৯ চনৰ ২০ এপ্ৰিলত আৰম্ভ কৰা হয়৷৩ বাহিৰা মাধ্যমৰ বিৰুদ্ধে যুঁজ দিওঁতে প্ৰায় ৪৫ বিলিয়ন য়ুৱান বা ৬.৬ বিলিয়ন (৬৬০ কোটি) ইউ এছ ডলাৰ খৰচ হৈছিল।
চীনা ভাষাৰ সংস্কৰণে আন্তঃৰ্জাতিক সমস্যা আৰু বাতৰিত অধিক গুৰুত্ব প্ৰদান কৰে, পিচে ইংৰাজী ভাষাৰ সংস্কৰণে চীনা আন্তৰিক বাতৰিতহে অধিক গুৰুত্ব আৰোপ কৰে।
সম্পাদনা
চীনা ভাষাৰ সংস্কৰণে এক চৰকাৰপন্থী আৰু উগ্ৰ জাতীয়তাবাদী অৱস্থান গ্ৰহণ কৰা বুলি অনেকে মত পোষণ কৰে।৪ পিছে, ইংৰাজী ভাষাৰ সংস্কৰণটোৱে ইমান উগ্ৰ পন্থ অৱলম্বন নকৰে বুলি এগৰাকী সম্পাদকে মত প্ৰকাশ কৰিছে।৫
তথ্যসূত্ৰ
- ↑ Beijing-based newspaper Global Times launches English edition, People's Daily, 20 April 2009
- ↑ Wee, Sui-Lee; Mao, Sabrina. (2012-01-06). China must assert itself despite new US strategy-paper. Reuters
- ↑ "About Us" আৰ্কাইভ কপি, Global Times.
- ↑ “Patriotic” Voices?
- ↑ Richard Burger on being a foreign editor at the Global Times Danwei.org, 8 May 2009
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ল'বেল টাইমছ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৯১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।