অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

গজমিনা

গজমিনা, গজ মিনাহ বা ইয়ন মাছৰ শৰীৰ আৰু হাতীৰ মূৰ থকা এক পৌৰাণিক জীৱ। এই শব্দটো সংস্কৃত শব্দ গজ- "হাতী" আৰু মীন- "মাছ"ৰপৰা উদ্ভৱ হৈছে। ইণ্ডোনেছিয়াৰ বালিত ইয়াক পাটুলাংগান মৃতদেহৰ বাবে ব্যৱহাৰ কৰা হয়। এই ৰূপটো শূদ্ৰ জাতিৰ লগতে ক্ষত্ৰিয় জাতিৰ বাবেও ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৬ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

গজমিনা, গজ মিনাহ বা ইয়ন মাছৰ শৰীৰ আৰু হাতীৰ মূৰ থকা এক পৌৰাণিক জীৱ। এই শব্দটো সংস্কৃত শব্দ গজ- "হাতী" আৰু মীন- "মাছ"ৰপৰা উদ্ভৱ হৈছে।১ ইণ্ডোনেছিয়াৰ বালিত ইয়াক পাটুলাংগান মৃতদেহৰ বাবে ব্যৱহাৰ কৰা হয়।২ এই ৰূপটো শূদ্ৰ জাতিৰ২ লগতে ক্ষত্ৰিয় জাতিৰ বাবেও ব্যৱহাৰ কৰা হয়।

গজহমিনা হৈছে বালিৰ এটা নক্ষত্ৰমণ্ডলৰ নাম (লিণ্টাং), ইয়াৰ মিল পশ্চিমীয়া নক্ষত্ৰমণ্ডল চেটাছৰ সৈতে দেখা যায়।১

তথ্যসূত্ৰ

  1. ↑ Gajahmina. All Skies Encyclopaedia. IAU Working Group on Star Names
  2. ↑ The cremation Indo-leisure

সম্পৰ্কিত শ্ৰেণী

কাল্পনিক চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গজমিনা” প্ৰবন্ধৰ সংশোধন ৬৩৪৬১৯ (৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।