এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। ক'ৰ'ণা ভাইৰাছ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- ক'ৰ'ণা ভাইৰাছ (গোট): একে শ্ৰেণীভুক্ত ভাইৰাছৰ গোট যাৰ দ্বাৰা স্তন্যপায়ী প্ৰাণী আৰু পক্ষী আক্ৰান্ত হয়।
- কৰ'নাভাইৰাছ ৰোগ ২০১৯ বা চমুকৈ COVID-19: ২০১৯ চনত চীনৰ ৱুহান চহৰত প্ৰথমবাৰৰ বাবে দেখা দিয়া এক প্ৰকাৰৰ সংক্ৰামক ৰোগ
- ক'ভিড-১৯ বৈশ্বিক মহামাৰী: বৰ্তমান বিশ্বজুৰি চলি থকা ক'ৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ৰ ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'ৰ'ণা ভাইৰাছ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ২১৬৯৪৩ (২০ মাৰ্চ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।