কায়াকল্প দক্ষিণ ভাৰতত উৎপত্তি হোৱা শৰীৰ যৌৱনযুক্ত কৰি ৰখাৰ পৰম্পৰাগত প্ৰথাৰ একপ্ৰকাৰ।১
ইয়াত নিৰ্দিষ্ট খাদ্য, ব্যায়াম আৰু শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।২ ইয়াৰ লক্ষ্য হৈছে, কোষীয় পৰ্যায়ত শাৰীৰিক অৱক্ষয়ক লেহেমীয়া আৰু ওলোটা কৰা আৰু অংগ ব্যৱস্থাৰ সজীৱতা উন্নত কৰা।৩৪ সংস্কৃতৰপৰা এই শব্দৰ উৎপত্তি হৈছে “কায়া” অৰ্থাৎ শৰীৰ আৰু কল্প অৰ্থাৎ ৰূপান্তৰ।৫
তথ্যসূত্ৰ
- ↑ Lakshmi Nandan Bora. (2010). Kayakalpa — The Elixir of Everlasting Youth. Niyogi Books. ISBN 978-8189738679
- ↑ Thamizhkkani, Dr B. (2016-02-11). Beware of Asthma; It's a Real Scare. The New Indian Express
- ↑ (28 October 2017). Significance of Kaya Kalpa. The New Indian Express
- ↑ Guru Mohan. (8 February 2021). Theory and Practice of Kayakalpa. Amazon digital services. ISBN 9798706552527
- ↑ Indian-origin scientist finds solutions to end ageing. হিন্দুস্তান টাইমছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কায়াকল্প” প্ৰবন্ধৰ সংশোধন ৬৩১৩৭৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।