সমল
৯ প্ৰবন্ধ
-
সৌৰ পঞ্জিকা
সৌৰ এনে এটা শব্দ, যিয়ে বৈদিক যুগ আৰু মধ্যযুগীয় ভাৰতীয় কেলেণ্ডাৰত চন্দ্ৰ ব্যৱস্থাৰ পৰা পৃথক কৰা সৌৰ দিন আৰু মাহক বুজায়।
-
শ্বেতপত্ৰ
শ্বেতপত্ৰ মানে এক তথ্যসমৃদ্ধ প্ৰতিৱেদন, যিয়ে এটা জটিল বিষয়ৰ ব্যাখ্যা আৰু বিষয়টোৰ ওপৰত পৃষ্ঠপোষকৰ দৰ্শন প্ৰতিফলিত কৰে। এই নথি-পত্ৰসমূহৰ উদ্দেশ্য হৈছে পাঠকসকলক কোনো সমস্যা বুজা, কোনো সমস্যা সমাধান কৰা বা সিদ্ধান্ত লোৱাত সহায় কৰা।
-
সেউজপত্ৰ
যুক্তৰাজ্য, কমনৱেলথ দেশ, হংকং আৰু ইউৰোপীয় সংঘত সেউজপত্ৰ হৈছে যুক্তিতৰ্ক আৰু আলোচনাৰ বাবে নীতিগত প্ৰস্তাৱৰ আংশিক চৰকাৰী প্ৰতিৱেদন আৰু পৰামৰ্শৰ নথি। সেউজপত্ৰৰে চৰকাৰে প্ৰদত্ত বিষয়টোৰ ওপৰত প্ৰস্তাৱ দিব পৰা সৰ্বোত্তমখিনি প্ৰতিনিধিত্ব কৰে, কিন্তু যিহেতু ই প্ৰতিশ্ৰুতিহীন হৈ থাকে, সেয়েহে ইয়াৰ প্ৰতি…
-
অৱস্থান পত্ৰ
অৱস্থান পত্ৰ হৈছে এনে এটা ৰচনা যিয়ে কোনো বিষয়ৰ ওপৰত সাধাৰণতে লেখক বা কোনো নিৰ্দিষ্ট সত্তাৰ যুক্তিযুক্ত মতামত উপস্থাপন কৰে। অৱস্থান পত্ৰ প্ৰকাশ পায় একাডেমী, ৰাজনীতি, আইন আৰু অন্যান্য ক্ষেত্ৰত। অৱস্থান পত্ৰৰ লক্ষ্য হ’ল উপস্থাপন কৰা মতামত বৈধ আৰু শুনা যোগ্য বুলি দৰ্শকক পতিয়ন নিয়াব লাগে।
-
কানিকে
কানিকে (সংস্কৃত: कणिक) হৈছে সংস্কৃত আৰু পালি শব্দ, যিয়ে বস্তুৰ কণা বা দানাক বুজায়। হিন্দু ধৰ্মত ধৰ্মীয় প্ৰসংগত ইয়াক প্ৰায়ে খাদ্যৰ অংশ দেৱতাৰ বাবে প্ৰসাদ বুলি উছৰ্গা কৰা প্ৰথাক উল্লেখ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো দেৱতাৰ সন্তুষ্টিৰ বাবে অৰ্পণ কৰি প্ৰসাদ হিচাপে প্ৰাপ্ত বুলি গণ্য কৰা হয়।
-
নিৰ্দেশ পত্ৰ
নিৰ্দেশ পত্ৰ হৈছে যুক্তৰাজ্যৰ এক চৰকাৰী নথি যি মহামহিম চৰকাৰে (এইচএমজি) জাৰি কৰি সংসদত দাখিল কৰে। শ্বেতপত্ৰ, সেউজপত্ৰ, সন্ধি, চৰকাৰী সঁহাৰি, খচৰা বিধেয়ক, ৰাজকীয় আয়োগৰ প্ৰতিৱেদন, স্বতন্ত্ৰ অনুসন্ধান আৰু বিভিন্ন চৰকাৰী সংগঠনৰ প্ৰতিৱেদন নিৰ্দেশ পত্ৰ হিচাপে প্ৰকাশ কৰিব পাৰি, তেনেকৈ কোৱা হয় কাৰণ…
-
ডিপ্ল’পিডিয়া
ডিপ্ল’পিডিয়া, যাক আমেৰিকাৰ বিদেশ বিভাগৰ বিশ্বকোষ বুলি দাবী কৰা হয়, ৰাষ্ট্ৰৰ অভ্যন্তৰীণ ইণ্ট্ৰানেটত চলি থকা এটা ৱিকি, যাক “অপেননেট’’ বুলি কোৱা হয়। ইয়াত কূটনীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, আৰু ৰাষ্ট্ৰ বিভাগৰ ট্ৰেডক্ৰাফ্টৰ সৈতে জড়িত তথ্যৰ এক অনন্য সংগ্ৰহ আছে।
-
বেলটপিডিয়া
বেলটপিডিয়া আমেৰিকাৰ এটা অলাভজনক আৰু অদলীয় অনলাইন ৰাজনৈতিক বিশ্বকোষ যিয়ে আমেৰিকাৰ ফেডাৰেল, ৰাজ্যিক আৰু স্থানীয় ৰাজনীতি, নিৰ্বাচন আৰু ৰাজহুৱা নীতি সামৰি লয়। ২০০৭ চনত এই ৱেবছাইটটো প্ৰতিষ্ঠা কৰা হৈছিল।
-
ব্যুৰোপিডিয়া
ব্যুৰোপিডিয়া হৈছে জ্যেষ্ঠ এজেণ্টৰ জ্ঞান ধৰি ৰখা আৰু অৱসৰৰ ফলত হোৱা জ্ঞানৰ ক্ষতি হ্ৰাস কৰাৰ উদ্দেশ্যেৰে এফ বি আইত আভ্যন্তৰীণভাৱে ব্যৱহাৰ কৰা এটা ৱিকি। ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত ফেডাৰেল কম্পিউটাৰ উইকত প্ৰকাশিত এটা প্ৰবন্ধত ইয়াৰ অস্তিত্ব প্ৰকাশ পাইছিল।